• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

এন ই নাও নিউজ,গুৱাহাটী, প্ৰণৱ কুমাৰ ডেকা,বঙাইগাঁও by এন ই নাও নিউজ,গুৱাহাটী, প্ৰণৱ কুমাৰ ডেকা,বঙাইগাঁও
May 17, 2022 4:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানৱ অধিকাৰ ৰক্ষাৰ্থে আপোচবিহীন সংগ্ৰাম অব্যাহত ৰাখি ১৯৯৬ চনৰ আজিৰ দিনটোতে প্ৰতি বিপ্লৱী ঘাতকৰ হাতত প্ৰাণ হেৰুৱাব লগা হোৱা নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ কৰি মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)য়ে প্ৰতি বছৰৰ দৰে আজিও দিনযোৰা কাৰ্য্যসূচীৰে চান্দমাৰীৰ ৰাজগড়ত উদযাপন কৰে শ্বহীদ দিৱস আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷
কাৰ্য্যসূচী অনুসৰি আজি পুৱা ৭.৪৫ বজাত গুৱাহাটী জ্যোতিনগৰস্থিত মাছ’ৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত মাছৰ পতাকা উত্তোলন কৰে অধ্যক্ষ আদিত্য লহকৰে ৷

জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ পৰিয়ালৰ সদস্য সকলে শুভাৰম্ভ কৰা শ্বহীদ তৰ্পণ অনুষ্ঠানত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে মাছৰ কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াই ৷

Apply Now

পৰৱৰ্তী সময়ত চান্দমাৰীৰ ৰাজগড় ৰোডস্থিত পৰাগ কুমাৰ দাসৰ স্মৃতিসৌধত দাসৰ পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে পৰাগ স্মৰণ সভাখনি অনুষ্ঠিত হয় ৷

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকাই আঁত ধৰা আৰু মাছৰ অধ্যক্ষ আদিত্য লহকৰে সঞ্চালনা কৰা স্মৃতিচাৰণ সভাখন উদ্বোধন কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে ৷

উক্ত সভাত শ্বহীদ পৰাগ কুমাৰ দাসৰ গুণমুগ্ধ তথা মাছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অজিত ভূঞা, বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা ,বিশিষ্ট সাংবাদিক ,সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ,জেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, মনোজ নাথ, মনোৰম গগৈ, সংযুক্ত মুক্তি বাহিনীৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া,জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সম্পাদক ৰাজ কুমাৰ বৈশ্য,সংগ্ৰামী ঐক্য মঞ্চৰ সম্পাদক জ্যোতিময় ভৰালী,মাছৰ প্ৰাক্তন সচিব প্ৰধান প্ৰণৱজ্যোতি চেতিয়া,চি পি আইৰ সম্পাদক জয়ন্ত গগৈৰ লগতে শ্বহীদ পৰাগ কুমাৰ দাসৰ পত্নী পূৰৱী দাস,কন্যা প্ৰেৰণা দাস,জ্যেষ্ঠ ভগ্নী জয়শ্ৰী বৰা আৰু ভাতৃ ডা°জ্যোতি দাস উপস্থিত থাকি বীৰ শ্বহীদ গৰাকীৰ জীৱন আদৰ্শৰ বিষয়ে ভাষণ প্ৰদান কৰে ৷

এন ই নাও নিউজ,গুৱাহাটী, প্ৰণৱ কুমাৰ ডেকা,বঙাইগাঁও

এন ই নাও নিউজ,গুৱাহাটী, প্ৰণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd