DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৮ জানুৱাৰিত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ ৰায়; ভুক্তভোগী বহুতকে আৱেগিক কৰি তুলিব পাৰে

চি বি আইৰ ফাষ্ট ট্ৰেক আদালতৰে লাগিল ১০ বছৰতকৈ অধিক সময়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2019 11:49 am
30-10-08 Guwahati Serial Blast, Ganeshguri GNRC02

২০০৮ চনৰ ৩০ অক্টোবৰত গণেশগুৰিত সংঘটিত বিস্ফোৰণৰ দৃশ্য। ফটো : ইন্টাৰনেটৰ সৌজন্যত

765
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘ সময়ৰ অপেক্ষাৰ অন্তত ন্যায় পাব পাৰে ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমাবিস্ফোৰণৰ কেইবা শতাধিক ভুক্তভোগীয়ে। অহা ২৮ জানুৱাৰিত এই বিস্ফোৰণৰ চূড়ান্ত ৰায় দান কৰিব আদালতে।

২০০৮ চনৰ ৩০ অক্টোবৰত গণেশগুৰিৰ অ’ভাৰব্ৰীজৰ তলত আৰু লগতে আন কেইবাটাও স্থানত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাটোৰ বিচাৰ প্ৰক্ৰিয়াটো চি বি আইৰ ফাষ্ট ট্ৰেক আদালতত চলি আছিল। গোচৰটোৰ জটিলতাৰ বাবে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলা সত্ত্বেও ৰায় দানৰ বাবে ১০ বছৰতকৈ অধিক সময় লাগে।

বিশেষ সূত্ৰে জানিব পৰামতে ২২ জানুৱাৰিত ইয়াৰ শুনানি প্ৰক্ৰিয়াৰ লগতে সাক্ষ্য গ্ৰহণ আদিকে ধৰি সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।

উল্লেখযোগ্য যে এই ধাৰাবাহিক বোমা বিস্ফোৰণ গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত সংঘটিত কৰা হৈছিল।

এন ডি এফ বিয়ে সংঘটিত কৰা এই ধাৰাবাহিক বোমা বিস্ফোৰণত মুঠ ৮৮জন লোক নিহত হোৱাৰ বিপৰীতে নিচে কমেও ৪৭০জন লোক আহত হৈছিল। গোচৰটোত এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীকে ধৰি মুঠ ১৫ জনক অভিযুক্ত কৰা হৈছে। মুঠ ৬৫০জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি সূত্ৰটোৱে কয়।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd