• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫ জি নেটৱৰ্কৰ বিৰুদ্ধে গোচৰ তৰি ২০ লাখ টকাৰ জৰিমনা ভৰিবলগীয়া হ’ল অভিনেত্ৰী জুহি চাওলাই, কিন্তু কিয়?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2021 6:51 pm
ju
502
VIEWS
Share on FacebookShare on Twitter

দেশত ৫ জি নেটৱৰ্ক স্থাপনৰ বিৰুদ্ধে গোচৰ তৰি ওলোটাই ২০ লাখ টকাৰ জৰিমনা ভৰিবলগীয়া হ’ল বলিউডৰ অভিনেত্ৰী জুহি চাওলাই। আজি অভিনেত্ৰী তথা পৰিৱেশকৰ্মী জুহি চাওলাই দিল্লী উচ্চ ন্যায়ালয়ত ৫ জি নেটৱৰ্ক স্থাপনৰ বিৰুদ্ধে তৰা গোচৰটো নাকচ কৰে।

দিল্লী উচ্চ ন্যায়ালয়ৰ বিশেষ খণ্ডপীঠে কয় যে জুহি চাওলাই কেৱল প্ৰচাৰৰ বাবেই এনেদৰে গোচৰ তৰিছে।

 

জুহি চাওলাই তৰা গোচৰটোৰ মতে, দেশখনত টেলিকমিউনিকেশ্বন ইণ্ডাষ্ট্ৰিয়ে পৰিকল্পনা কৰা ফাইভ-জি ৱায়াৰলেছ নেটৱৰ্কসমূহ (5G wireless networks) পৰিৱেশৰ বাবে ক্ষতিকাৰক।

 

ই দেশৰ নাগৰিক, জন্তু, উদ্ভিদৰ ক্ষতিসাধন কৰিব।
অভিনেত্ৰীগৰাকীয়ে কয় যে এই ফাইভ-জি নেটৱৰ্কসমূহে পৰিৱেশতন্ত্ৰৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিব কাৰণ ৰেডিঅ’ ফ্ৰেকুৱেন্সি ৰেডিয়েচন বৰ্তমানতকৈ ১০ৰ পৰা ১০০ গুণ বৃদ্ধি পাব।

 

অধিবক্তা দীপক খোছলাৰ জৰিয়তে উত্থাপন কৰা বিষয়টো সন্দৰ্ভত ২ জুনত অনলাইনযোগে শুনানি গ্ৰহণ কৰা হৈছিল। কিন্তু অনলাইন শুনানিৰ সময়ত জুহি চাওলাই শুনানিৰ লিংক ফেচবুকত শ্বেয়াৰ কৰাত বহুতে আদালতৰ কাম-কাজত বাধাৰ সৃষ্টি কৰিছিল।

কিছু সংখ্যক লোকে শুনানি চলি থকাৰ মাজতে জুহি চাওলা অভিনীত ছবিৰ গীত গোৱাত শুনানি গ্ৰহণৰ পৰিবেশ নোহোৱা হৈ পৰিছিল। আদালতৰ কাম-কাজত ব্যাঘাত জন্মোৱাসকলক চিনাক্ত কৰিবলৈ আজি আদালতে নিৰ্দেশ দিয়ে।

লগতে শুনানিৰ লিংক ৰাজহুৱা কৰাৰ বাবে জুহি চাওলাক ২০ লাখ টকাৰ জৰিমনাও বিহা হয়।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd