DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শ্ৰীনগৰত নিহত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদ্দীনৰ কামাণ্ডাৰ জুনাইদ চেহ্ৰাই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2020 3:10 pm
WhatsApp-Image-2020-05-19-at-8.39.56-PM-696x392

হিজবুল মুজাহিদ্দীনৰ কামাণ্ডাৰ নিহত জুনাইদ, ফ'টো সৌজন্য- ইন্টাৰনেট

2.9k
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰৰ শ্ৰীনগৰত আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত নিৰাপত্তা বাহিনীৰ যুটীয়া এক অভিযানত নিহত হৈছে হিজবুল মুজাহিদ্দীনৰ কামাণ্ডাৰ জুনাইদ চেহ্ৰাইনসহ অন্য এক সন্ত্ৰাসবাদী।

শ্ৰীনগৰৰ নাৱাকডল অঞ্চলত যোৱা মঙলবাৰে ১২ ঘণ্টা জোৰা দুয়ো পক্ষৰ গুলীয়া গুলীত নিহত হৈছে মুজাহিদ্দীনৰ শীৰ্ষ নেতাজনৰ সৈতে তাৰিক শ্বেইখ নামৰ অন্য এক সন্ত্ৰাসবাদী।

উল্লেখ্য যে, দুসপ্তাহৰ পূৰ্বেও আৰক্ষী আৰু চি আৰ পিৰ যুটীয়া অভিযানত হিজবুল মুজাহিদ্দীনৰ মুখ্য অভিযানকাৰী কামাণ্ডাৰ ৰিয়াজ নাইক’ নিহত হৈছিল।

মঙলবাৰে সংঘৰ্ষত নিহত জুনাইদ হৈছে টেহৰিক হুৰিয়াৎৰ অধ্যক্ষ আশ্ৰফ চেহ্ৰাইৰ পুত্ৰ।

২০১৮ চনত জুনাইদে প্ৰাক্তন কামাণ্ডাৰ জাকিৰ মুছাৰ নেতৃত্বত হিজবুল মুজাহিদ্দীনত যোগ দিছিল।

বিশেষ সূত্ৰৰ মতে জন্মু আৰু কাশ্মীৰ আৰক্ষীয়ে বিগত কেবাটাও সপ্তাহৰ পৰা জুনাইদক অনুসৰণ কৰি আছিল।

‘দুদিন পূৰ্বে দক্ষিণ শ্ৰীনগৰত এটা সন্দেহজনক মোবাইল নম্বৰ সক্ৰিয় হৈছিল। এইটো সন্ত্ৰাসবাদী গোটৰ আৰু তেওঁলোক শ্ৰীনগৰত লগ হ’বলৈ আহিছিল। আমাৰ ধাৰণা যে তেওঁলোকে শ্ৰীনগৰত আক্ৰমণ সংঘটিত কৰিবলৈ অহা নাছিল। সেয়ে আমি তেওঁলোকৰ পৰা মাত্ৰ দুটাহে মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষণ হ’লো।’ আৰক্ষী সূত্ৰই এইদৰে কয়।

এই অভিযানত এজন আৰক্ষী বিষয়া আহত হোৱাৰ লগতে চি আৰ পি এফৰ এজন জোৱানো আহত হৈছে ।

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd