• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৱন খেৰাৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:54 am
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই তৰা এটা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছে। এই ঘটনাৰ পাছতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনাইছে যে তেওঁলোকে ন্যায় বিচাৰি এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

শনিবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে ৰমেশে কয় যে সমগ্ৰ কংগ্ৰেছ দল পৱন খেৰাৰ সৈতে একগোট হৈ থিয় দিছে। তেওঁ আত্মবিশ্বাসেৰে উল্লেখ কৰে যে ভয়-ভাবুকি আৰু হাৰাশাস্তিৰ ৰাজনীতিৰ বিৰুদ্ধে অৱশেষত ন্যায়ৰহে জয় হ’ব।

Apply Now

গুৱাহাটী উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে এই গোচৰটোৰ ৰায়দান কৰি কয় যে পৱন খেৰাৰ বিৰুদ্ধে থকা অভিযোগসমূহ কেৱল মানহানিৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এইটো এটা গুৰুতৰ অপৰাধ বুলি আদালতৰ মজিয়াত স্পষ্ট কৰা হৈছে। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই জামিন আবেদনখন নাকচ কৰি পর্যবেক্ষণ কৰে যে গোচৰটোৰ তদন্তৰ স্বাৰ্থত খেৰাক জিম্মাত লৈ জেৰা কৰাৰ প্ৰয়োজন আছে। যিবোৰ নথিপত্ৰৰ ওপৰত ভিত্তি কৰি খেৰাই সংবাদমেলত অভিযোগ উত্থাপন কৰিছিল, সেইবোৰ ভুৱা হোৱাৰ সম্ভাৱনা আছে বুলি আদালতে মত প্ৰকাশ কৰিছে।

বিচাৰপীঠে নিজৰ ৰায়দানত উল্লেখ কৰে যে পৱন খেৰাই তেওঁৰ হাতত থকা নথিপত্ৰসমূহৰ সত্যতা এতিয়ালৈকে সন্দেহাতীতভাৱে প্ৰমাণ কৰিব পৰা নাই। লগতে এ এগৰাকী নিৰ্দোষ মহিলাক বিনা কাৰণত বিতৰ্কলৈ টানি অনা হৈছে বুলিও আদালতে গুৰুত্বসহকাৰে লৈছে। ৰিণিকি ভূঞা শৰ্মাৰ ওপৰত লগোৱা বিদেশী নাগৰিকত্ব আৰু বিদেশত থকা কোম্পানীৰ বৃহৎ বিনিয়োগৰ অভিযোগসমূহ তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়ত সত্য বুলি প্ৰমাণিত হোৱা নাই। আদালতৰ মতে, এই নথিপত্ৰবোৰ তেওঁ ক’ৰ পৰা পালে আৰু ইয়াৰ আঁৰত কোন কোন জড়িত আছে, সেই কথা পোহৰলৈ অনাটো জৰুৰী।

যোৱা ৫ এপ্ৰিলত গুৱাহাটীত এখন সংবাদমেল আয়োজন কৰি পৱন খেৰাই ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পাছতে শৰ্মাই খেৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু সকলো অভিযোগ ভিত্তিহীন বুলি অস্বীকাৰ কৰিছিল। বৰ্তমান উচ্চ ন্যায়ালয়ৰ পৰা কোনো সকাহ নোপোৱাৰ পাছত কংগ্ৰেছ দলে আশা কৰিছে যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়েহে এই বিষয়ত তেওঁলোকক ন্যায় প্ৰদান কৰিব। দলটোৰ মতে, পলিটিকেল টাৰ্গেটৰ নামত তেওঁলোকৰ নেতাজনক লক্ষ্য কৰি লোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am
নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

September 1, 2026 10:34 am
পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd