• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী মুৰব্বীৰ সৈতে ন্যায়াধীশৰ সাক্ষাতৰ অৰ্থ এইটো নহয় যে কোনো চুক্তি হৈছে: ডিৱাই চন্দ্ৰচূড়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 30, 2024 9:24 am
170
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে স্পষ্ট কৰি দিছে যে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলে যেতিয়াই ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰৰ মুৰব্বীক সাক্ষাৎ কৰে তেতিয়া তেওঁলোকে কেতিয়াও বিচাৰাধীন গোচৰৰ বিষয়ে আলোচনা নকৰে।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি তেওঁ কয় যে বৈঠকসমূহ প্ৰায়ে প্ৰশাসনিক বিষয়ৰ সৈতে জড়িত আৰু ইয়াৰ অৰ্থ এইটো নহয় যে কিছুমান চুক্তি হৈছে।

ন্যায়াধীশ চন্দ্ৰচূড়ে স্পষ্ট কৰি দিয়ে যে এনে বৈঠক প্ৰয়োজনীয় কাৰণ চৰকাৰেহে ন্যায়পালিকাৰ বাজেট গৃহীত কৰে।

ন্যায়পালিকাৰ সম্পূর্ণ স্বতন্ত্র বুলি জোৰ দি তেওঁ আৰু কয় যে প্রশাসনিক পর্যায়ত ন্যায়পালিকা আৰু চৰকাৰৰ কাম-কাজৰ মাজত এক আন্তঃসম্পর্ক আছে৷

জনা যায় যে যোৱা মাহত বিৰোধীয়ে চিজেআই চন্দ্ৰচূড়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল আৰু ন্যায়পালিকাৰ স্বাধীনতাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ পূজাৰ বাবে তেওঁৰ বাসগৃহলৈ গৈছিল। এই ভ্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰি শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে সাংবিধানিক কৰ্তৃপক্ষ আৰু ৰাজনৈতিক নেতাৰ মাজত এনেধৰণৰ আলোচনাই ন্যায়পালিকাৰ প্ৰতি থকা আস্থা দুৰ্বল কৰি তুলিব পাৰে বুলি কৈছিল।

তদুপৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু বিশিষ্ট অধিবক্তাই এই ভ্ৰমণ ৰাজহুৱা কৰিব লাগিছিল নেকি আদি কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছিল। ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গণপতি পূজাৰ বাবে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ঘৰলৈ যোৱাৰ ভিডিঅ’ পোহৰলৈ আহিছিল।

উল্লেখ্য যে অহা ১০ নৱেম্বৰত ন্যায়াধীশ চন্দ্ৰচূড়ে চিজেআইৰ পদৰ পৰা অৱসৰ ল’ব। ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সঞ্জীৱ খান্না। ১১ নৱেম্বৰত শপত গ্ৰহণ কৰিব।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd