DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোৱাৰেণ্টাইন সম্পূৰ্ণ, মঙলবাৰৰ পৰা ইটালীত অনুশীলন আৰম্ভ কৰিব ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2020 10:01 pm
ৰোণাল্ডো

ৰোণাল্ডো

513
VIEWS
Share on FacebookShare on Twitter

পৰ্টুগালৰ অধিনায়ক তথা জুভেণ্টাছৰ তাৰকা ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে মঙলবাৰৰ পৰা খেলপথাৰত অনুশীলন আৰম্ভ কৰিব।

ইটালীলৈ উভতি আহি বাধ্যতামূলক কোৱাৰেণ্টাইন সম্পূৰ্ণ হোৱাৰ পাছতে ৰোণাল্ডোৱে খেলপথাৰলৈ অনুশীলনৰ বাবে উভতি আহিব।

ইতিমধ্যে ৰোণাল্ডোনে কোৱাৰেণ্টাইন সম্পূৰ্ণ কৰিছে বুলি জানিব পৰা গৈছে।

তাৰকা ফুটবলাৰ গৰাকীয়ে ৪ মে’ত ইটালীলৈ উভতি আহিছিল আৰু তেতিয়াৰে পৰা কোৱাৰেণ্টাইনত আছিল।

উল্লেখযোগ্য যে, ইটালী চৰকাৰে চলিত সপ্তাহৰ পৰা চিৰি-এ ক্লাৱৰ প্ৰশিক্ষণৰ বাবে অনুমতি প্ৰদান কৰিছে।

ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে জুভেণ্টাছৰ এগৰাকী ফুটবলাৰ ক’ৰ’নাত আক্ৰান্ত হোৱা বাবে ইয়াৰ পূৰ্বেও কোৱাৰেণ্টাইনত আছিল।

ইটালীত এই পৰ্যন্ত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৩১,০০০ লোকৰ মৃত্যু হৈছে।

ক্ৰিষ্টায়ানো ৰোণাল্ডোৰ উপৰি আন এগৰাকী বিশ্ব শ্ৰেষ্ঠ ফুটবলাৰ লিয়োনেল মেছিয়ো অনুশীলন আৰম্ভ কৰিছে।

চলিত মাহৰ আৰম্ভণিৰে পৰা স্পেনিছ ক্লাৱ বাৰ্চিলোনাৰ হৈ মেছিয়ে অনুশীলন আৰম্ভ কৰিছে।

Recent News

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd