• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ দেওধৰ-পাখিমৰিয়া জ্যোতি সাহিত্য সভাৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 27, 2024 9:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ দেওধৰ-পাখিমৰিয়াস্থিত অসম সাহিত্য সভাৰ অগ্ৰণী শাখা জ্যোতি শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথম কাৰ্যসূচী হিচাপে ৰবিবাৰে সদৌ নগাঁও জিলা ভিত্তিক এখনি কবি সন্মিলন অনুষ্ঠিত হয়। দেওধৰ চাৰিআলিৰ সমীপৰ পাখিমৰিয়া গাওঁস্থিত ৩৮ নং পাখিমৰিয়া নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কবি সন্মিলনখনি আৰম্ভ হোৱাৰ প্ৰাকমুহুৰ্তত বন্তি প্ৰজ্বলন কৰে শাখাৰ প্ৰাক্তন সভাপতি কমল চন্দ্ৰ শইকীয়াই আৰু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ৰবীন চন্দ্ৰ দাসে।

প্ৰতিষ্ঠাপক সভাপতি তথা শিক্ষাবিদ হেমপ্ৰসাদ বৰাই সঞ্চালনা কৰা কবি সন্মিলনখনিৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে শিল্পী নম্ৰতা কলিতাই।

Apply Now

উল্লেখযোগ্য যে আগন্তুক ২০২৫বৰ্ষৰ মে’ মাহ পৰ্যন্ত বিভিন্ন কাৰ্যক্ৰমনিকা ৰূপায়ণেৰে বৰ্ষজোৰা ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ পৰিকল্পনা কৰা নগাঁও জিলা শাখাৰ অন্যতম সক্ৰিয় শাখা জ্যোতি শাখা সাহিত্য সভাৰ এই শুভাৰম্ভণী কাৰ্যসূচীত স্থানীয় বহু লোকে অতি আগ্ৰহেৰে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়।

শাখাৰ সভাপতি উৎপল কুমাৰ বৰা,সম্পাদক জয়ন্ত কুমাৰ বৰা আৰু প্ৰাক্তন সম্পাদক,কবি ময়ূৰ কুমাৰ বৰাই আঁ‌ত ধৰা কবি সন্মিলনখনিত কবি বিৰিঞ্চি কুমাৰ ডেকা,মিন্টু দাস,বিচিত্ৰ নাৰায়ণ বৰা,সঞ্জীৱ সাগৰ চৌধুৰী,দীপ্তি বৰা,নিগাজি বৰা,শিৱানী বৰা,বন্যা বৰা,ফৰিদুল ইছলাম,দুলুমনি গোস্বামী,চেনাৰাম কলিতা,নিজৰা শইকীয়া,নিলোৎপল চাংমাই, প্ৰদীপ কুমাৰ শইকীয়া,কুমাৰ বিভূতি,লক্ষ্য জ্যোতি বৰা,উৎপল বনিয়া,মীনা বৰা,জয়ন্তী বৰা, হেলেন পণ্ডিত,ৰিজুমণি দেৱী, চন্দনা বেজবৰুৱা প্ৰমুখ্যে স্থানীয় তথা নগাঁও জিলা বিভিন্ন প্ৰান্তৰ ডেৰ কুৰিৰো অধিক কবিৰ অংশগ্ৰহণেৰে কাব্যানুষ্ঠানটো জীপাল হৈ উঠে।

উল্লেখযোগ্য যে অলপতে অসম চৰকাৰৰ দ্বাৰা সাংবাদিক পেঞ্চনেৰে সন্মানিত হোৱা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাক অনুষ্ঠানতেই সম্বৰ্ধনা জনোৱা হয়। প্ৰতিষ্ঠাপক সম্পাদক দীপক কুমাৰ বৰুৱা, সদস্য দীপক বৰা,চুনি হাজৰিকা, শিক্ষয়িত্ৰী গৃহলক্ষী দাস,ভোগৰাম গগৈ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা কবি সন্মিলনখনিত অংশগ্ৰহণ কৰা সমূহ কবিক এখনি ফুলাম গামোছাৰে আয়োজক সমিতিয়ে আদৰ যাচে।

ঋতু পৰ্ণ শৰ্মা

ঋতু পৰ্ণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd