• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসিদ্ধ পৰিসংখ্যাবিদ জ্যোতিপ্ৰসাদ মেধিৰ স্মৃতিত আজি গুৱাহাটীত এলানি বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2024 7:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধ্যাপক জ্যোতিপ্ৰসাদ মেধিৰ জন্ম শতবাৰ্ষিকী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি ১জুলাই, ২০২৪ ইং তাৰিখ সোমবাৰে বিয়লি চাৰি বজাত গুৱাহাটীস্থিত দিছপুৰ নেডফি হাউচ (কনভেনশ্যন চেণ্টাৰ)ত তেওঁৰ স্মৃতিত এলানি বক্তৃতা অনুষ্ঠানৰ উপৰিও শেহতীয়াকৈ প্ৰৱৰ্তন কৰা জ্যোতিপ্ৰসাদ মেধি গাণিতিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

বিশেষভাৱে এই বঁটা অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত গণিত বিজ্ঞানৰ  বিদ্যায়তনিক ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ  অৱদান আগবঢ়োৱা  প্ৰাৰম্ভিক পৰ্যায়ৰ (৪০ বছৰৰ অনুৰ্দ্ধৰ) কৃতী গৱেষক/ গৱেষিকা/ অধ্যাপক/ অধ্যাপিকাক সন্মানিত কৰাৰ উদ্দেশ্য প্ৰৱৰ্তিত কৰা হৈছে৷ এই বঁটাত থাকিব মানপত্ৰৰ উপৰিও নগদ ১,৫০,০০০ (ডেৰ লাখ) টকাৰ আৰ্থিক অনুদান।

উক্ত অনুষ্ঠানতেই এই বঁটা পোন প্ৰথমবাৰৰ বাবে  প্ৰদান কৰা হ’ব৷ তদুপৰি এই অনুষ্ঠানতেই ভাৰতবৰ্ষৰ লগতে অসমৰো বহুকেইজন বিশিষ্ট গৱেষক, অধ্যাপকে অংশগ্ৰহণ কৰিব৷

Apply Now

উল্লেখ্য যে চলিত বৰ্ষৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰসিদ্ধ পৰিসংখ্যাবিদগৰাকীৰ সোঁৱৰণত “জ্যোতি প্ৰসাদ মেধি গাণিতিক বিজ্ঞান বঁটা” প্ৰৱৰ্তন কৰাৰ দিহা কৰিছে তেখেতৰ পৰিয়ালবৰ্গই।

১৯২৪ চনৰ ১ জুলাই তাৰিখে অসমৰ ৰামদিয়াত জন্মগ্ৰহণ কৰা অধ্যাপক জ্যোতিপ্ৰসাদ মেধি পৰিসংখ্যা বিজ্ঞানৰ বিশ্ববিখ্যাত পণ্ডিত। ১৯৫৬ চনত পেৰিছ বিশ্ববিদ্যালয় (চৰবন)ৰ পৰা সন্মানীয় ডি. এচ-ছি উপাধি লাভ কৰাৰ পিছত অধ্যাপক মেধি অসমলৈ উভতি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত পুনৰ অধ্যাপনা কৰে আৰু পিছলৈ তেওঁ পৰিসংখ্যা বিভাগৰ মূৰব্বী, বিজ্ঞান অনুষদৰ ডীন, আৰু ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্বও বহন কৰে।

অধ্যাপক মেধিৰ দ্বাৰা ৰচিত ষ্টোকাষ্টিক প্ৰচেছ আৰু কিউইং থিয়ৰী বিষয়ক পাঠ্যপুথি সমূহ বিশ্বৰ বহু শৈক্ষিক প্ৰতিষ্ঠানত পাঠদানৰ বাবে বহুলভাৱে ব্যৱহৃত হৈ আহিছে । ২০১৭ চনৰ ৩ ফেব্ৰুৱাৰীত, ৯২ বছৰ বয়সত তেওঁৰ মৃত‌্যু হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd