• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলগাছিয়াত আৰক্ষীৰ অভিযানত আটক দুই জাল নোট ব্যৱসায়ী; জব্দ মেচিন, ২.৫ লাখ টকা

NE NOW NEWS ইয়াছিন আলী
কোকিলা , August 29, 2018 6:21 pm

1 min read

কলগাছিয়াত আৰক্ষীৰ অভিযানত আটক দুই জাল নোট ব্যৱসায়ী; জব্দ মেচিন, ২.৫ লাখ টকা
120
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ কলগাছিয়াত আৰক্ষীয়ে মঙলবাৰে নিশা এক অভিযান চলাই জাল নোট ছপা কৰা ঘাটি উচ্ছেদ কৰে। লগতে আৰক্ষীয়ে অভিযান কালত জাল নোট ছপোৱা মেচিন, ২.৫ লাখ জাল নোটসহ দুজন যুৱককো আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ বাপুজিনগৰৰ শংকৰ বিশ্বাসৰ পুত্ৰ সুদীপ বিশ্বাস আৰু বঙাইগাঁও জিলাৰ শিমলাবাৰীৰ অমৰ আলীৰ পুত্ৰ চফিকুল ইছলাম দুয়ো মিলি কলগাছিয়া আৰক্ষী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত ভাড়া ঘৰলৈ এমাহ ধৰি জাল নটো ছপা কৰি আছিল।

প্ৰাপ্ত তথ্য মতে দুই যুৱকে ইউটিউবৰ পৰা জাল নোট ছপা কৰাৰ ভিডিঅ’ চাই প্ৰশিক্ষণ লাভ কৰি ৫০, ১০০, ২০০ টকাৰ মুঠ ২.৫ লাখ জাল নোট ছপা কৰিছিল।

মন কৰিব লগীয়া যে আটকাধীন চফিকুল ইছলাম নামৰ যুৱকজন কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাষিকৰ মেধাৱী ছাত্ৰ।

ইফালে আৰক্ষীয়ে বৰ্তমান আটকাধীন দুই যুৱককে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd