• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিবাদত উত্তাল কলিয়াবৰৰ চিকনি চাহ বাগিচা : ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে কাৰ্যালয়

NE NOW NEWS ৰিদিপ শর্মা
কলিয়াবৰ , August 18, 2018 7:00 am

2 min read

kailabar
85
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশে উন্নয়নৰ সপোন দেখা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰাৰ সময়তে কলিয়াবৰৰ একাংশ শ্ৰমিকে শুকুৰবাৰৰ দিনটোত নিজৰ পেটৰ ভাত মুঠিৰ বাবে বহিব লগা হ’ল প্ৰতিবাদত।

কলিয়াবৰৰ চিকনি চাহ বাগিচাত শুকুৰবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাগিচাখনৰ ক্ষুব্ধ শ্ৰমিকে বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে পৰিচালকসহ কৰ্মচাৰীক কাৰ্যালয়ত আবদ্ধ কৰি ৰাখে।

দীৰ্ঘদিন ধৰি ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছিল বাগিচাখনৰ শ্ৰমিকসকলে কৰ্তৃপক্ষৰ ওপৰত ক্ষুব্ধ হৈ এইদৰে প্ৰতিবাদত নামি পৰে।

বাগিচাখনৰ পৰিচালনাৰ দায়িত্ববাহী অসমী ইণ্ড্ৰাষ্টিজ লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে শ্ৰমিকক দুৰ্ব্যৱহাৰ ,ভয়-ভাবুকিৰে বাগিচা পৰিচালনা কৰা বুলিও অভিযোগ তোলে বাগিচাৰ শ্ৰমিকসকলে।

ইপিনে ক্ষুব্ধ শ্ৰমিকে পুৱাৰে পৰা কাৰ্যালয়তে আবদ্ধ কৰি ৰখা বাগিচাৰ পৰিচালক মণ্ডলীক দণ্ডাধীশ আৰু জখলাবন্ধা আৰক্ষী এটি দলে উদ্ধাৰ কৰাৰ লগতে বাগিচাখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিত নিয়ন্ত্ৰণ কৰে।বাগিচা কৰ্তৃপক্ষই প্ৰশাসনৰ উপস্থিতিত অতি শীঘ্ৰে শ্ৰমিকৰে আলোচনাত মিলিত হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে ,বান্ধি দিয়া সময়সীমাৰ ভিতৰত শ্ৰমিকৰ সমস্যাসমূহ সমাধান নহ’লে ভয়াবহ পৰিস্থিতি সৃষ্টি হ’ব বুলি ভাবুকি দিয়ে শ্ৰমিকসকলে।

এই বিষয়ত চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি বিন্দু গঞ্জুৱে মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰো দাবী তোলে।  

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd