DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমবায় সমিতি গঠনেৰে স্বাৱলম্বনৰ সপোন দেখিছে কলিয়াবৰৰ মহিলাই

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
January 28, 2022 8:28 am
সমবায় সমিতি গঠনেৰে স্বাৱলম্বনৰ সপোন দেখিছে কলিয়াবৰৰ মহিলাই
135
VIEWS
Share on FacebookShare on Twitter

সমবায় সমিতি গঠন কৰি আৰ্থিক স্বাৱলম্বন আৰু মহিলা সৱলীকৰণৰ লক্ষ্যৰে ওলাই আহিছে কলিয়াবৰৰ অতিকৈ পিছপৰা সৰিয়হবাৰী অঞ্চলৰ ২১ গৰাকীকৈ মহিলা।

অঞ্চলটোৰ ২১ গৰাকীকৈ মহিলা একত্ৰিত হৈ গঠন কৰা সৰিয়হবাৰী মহিলা প্ৰাথমিক দুগ্ধ উৎপাদক সমবায় সমিতিয়ে সৰিয়হবাৰীত অঞ্চলত মুকলি কৰিলে দুগ্ধজাত সামগ্ৰীৰ এখনি বিপনী।

গঠন হোৱাৰ মাত্ৰ এমাহৰ ভিতৰতে সমবায় বিভাগৰ পঞ্জীয়নভুক্ত হোৱাৰ লগতে বিপনী মুকলিৰে স্বাৱলম্বনৰ সপোন দেখিছে এইসকল মহিলাই।

সমবায় সমিতিখনৰ সভানেত্ৰী-সম্পাদিকা দীপা দাস আৰু জ্যোৎস্না দেৱীৰ নেতৃত্বত গো পালন তথা দুগ্ধ উৎপাদনৰ লগতে দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীৰে অৰ্থনৈতিক দিশত আগবাঢ়ি যোৱাৰ লক্ষ্যৰে অতি পিছপৰা অঞ্চলটোত সমবায় সমিতি গঠন আৰু বিপনি মুকলিৰে মহিলাসকলে হাতত লোৱা কৰ্মপন্থাক আদৰণি জনাইছে বিভিন্নজনে।

উল্লেখ্য যে, পিছপৰা অঞ্চলটোৰ মহিলা সকলক স্বাৱলম্বনৰ বাটেৰে আগবাঢ়ি যোৱাত বিশেষভাৱে উৎসাহ-অনুপ্ৰেৰণা যোগাইছে নগাঁৱৰ দুগ্ধ উদ্যোগী তথা সাংস্কৃতিক কৰ্মী বিৰিঞ্চি কাশ্যপে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd