• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠীৰ দিচপুৰ চল’ : শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 5, 2018 2:20 pm

2 min read

fd1e59ca-eb3a-429f-ac54-479b6b6600d7

গুৱাহাটীত জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠীৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

240
VIEWS
Share on FacebookShare on Twitter

আজি প্ৰশাসনৰ অনুমতি নথকা স্বত্বেও কলিতা জনগোষ্ঠী সন্মিলনে ৰূপায়ণ কৰিছিল দিচপুৰ চ’ল কাৰ্য্যসূচী। কলিতা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ লগতে অন্যান্য বহুকেইটা দাবীত এই দিচপুৰ চল’ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল।

খানাপাৰা গণেশ মন্দিৰ ইন্দোৰ ষ্টেডিয়ামৰ সন্মুখৰ পৰা প্ৰতিবাদকাৰীসকলে দিচপুৰ চল’ কাৰ্য্যসূচী আৰম্ভ কৰিব বিচাৰিছিল। কিন্তু আৰক্ষী প্ৰশাসনে বাধা দিয়াত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়।

পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰি বশিষ্ঠ থানালৈ লৈ যায়। কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ সোণেশ্বৰ কলিতা, সাধাৰণ সম্পাদক দেব কুমাৰ ডেকাকে ধৰি শ-শ প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আনহাতে, গ্ৰেপ্তাৰৰ সময়ত সভাপতি ড০ সোণেশ্বৰ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে সম্পূৰ্ণ গণতান্ত্ৰিকভাবে তেওঁলোকে দিচপুৰ চল’ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল যদিও তেওঁলোকক অতি বৰ্বৰভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ড০ কলিতাই লগতে হুংকাৰ দি কয় যে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰে ইয়াৰ ফল ভোগ কৰিব।

জনজাতিকৰণকে  ধৰি কলিতা জনগোষ্ঠীৰ অন্য দাবীসমূহ হ’ল ক্ৰমে চৰকাৰে আশ্বাস দিয়া ভগদত্ত প্ৰকল্প নিৰ্মাণৰ বাবে গুৱাহাটীত ১০ বিঘা মাটি তথা ২০১৮ বৰ্ষৰ বাজেটত ধৰা ৫ কোটি টকা অতি শীঘ্ৰে প্ৰদান কৰা, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান বগীবিল দলংৰ নাম মনিৰাম দেৱানৰ নামত নামাকৰণ কৰা, আৰ্থ সামাজিক পিয়লৰ ব্যৱস্থা কৰা ইত্যাদি।

উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে  প্ৰতিবাদকাৰী সকলে “অসম চৰকাৰ হায় হায়”, কলিতা মন্ত্ৰী বিধায়ক গ’ বেক”,” জনজাতিকৰণ লাগিবই” No ST No rest”, অসম পুলিচৰ গুণ্ডাগিৰি নচলিব, ইত্যাদি ধ্বনিৰে গণেশ মন্দিৰ ইণ্ডৰ ষ্টেডিয়ামৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd