• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উখল-মাখল নীলাচল, কামাখ্যাত সাধু-সন্ন্যাসীৰ ঢল llVideo

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 19, 2019 9:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মেলাৰ বাবে প্ৰশাসন আৰু দেৱালয় কৰ্তৃপক্ষই যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ২২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া মেলাৰ বাবে ইতিমধ্যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক সাধু-সন্যাসী আৰু ভক্ত আহি কামাখ্যাত উপস্থিত হৈছেহি।

পঞ্জিকা অনুসৰি ২২ জুনৰ নিশা ১ বাজি ৪০ মিনিট ১৮ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব। গতিকে সেইদিনাৰ পৰা ২৫ জুনলৈ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ বন্ধ থাকিব বুলি কামাখ্যা দেৱালয়ৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ে। ২৬ জুনত অম্বুবাচীৰ নিবৃত্তিৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ দেৱী দৰ্শন আৰু পূজা অৰ্চনাৰ বাবে পুনৰ খোল খাব বুলিও তেওঁ জানিবলৈ দিয়ে।

Apply Now

‘মেলাৰ দিনকেইটাত দেশ-বিদেশৰ পৰা অহা ভক্ত সকলৰ সুবিধাৰ্থে আৰু মেলা সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্য জিলা প্ৰশাসন, মহানগৰ আৰক্ষী আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ সহযোগত দেৱালয় কৰ্তৃপক্ষই বিভিন্ন ব্যৱস্থা লৈছে। খাদ্য, ভক্ত সকলৰ বাবে শিবিৰ, খোৱা পানী, স্বাস্থ্যকেন্দ্ৰ, স্বেচ্চাসেৱককে ধৰি সকলো খিনি ইতিমধ্যে প্ৰায় সাজু হৈছে’, দলৈ মোহিত চন্দ্ৰ শৰ্মাই কয়।

যিহেতু নিশাহে অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব গতিকে ২২ জুনৰ দিনৰ ভাগত নিয়মিত পূজা-অৰ্চনা চলিব বুলিও দলৈয়ে প্ৰকাশ কৰে। একেদৰে ২৬ জুনৰ দিনা মন্দিৰ পৰিস্কাৰ কৰাৰ পাছত দেৱীৰ পূজা অৰ্চনা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

অম্বুবাচী মেলাৰ বাবে এইবাৰ বিগত ১০ জুনৰ পৰাই সাধু-সন্যাসীৰ আগমণ আৰম্ভ হৈছে। মূলতঃ বংগ, ওড়িষা, উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্য, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰ আদিৰ পৰা প্ৰায় তিনি হাজাতকৈ অধিক সাধু আহি কামাখ্যাত উপস্থিত হৈছে। ইয়াৰ উপৰিও আৰু যথেষ্ট সংখ্যক ভক্ত আৰু সাধু-সন্যাসী আহি থকা বুলি কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। তেওঁলোকক কামাখ্যা ধামৰ আখৰা, বলিঘৰ আদিৰ উপৰিও ভূৱনেশ্বৰী মন্দিৰ, কোটিলিংগ, ভূতনাথকে ধৰি নীলাচল পৰ্বতৰ নামনিৰ কেইবাটাও মন্দিৰত থকাৰ থকাৰ ব্যৱস্থা কৰা বুলি দেৱালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

মেলাৰ দিনকেইটাত পৰিস্কাৰ পৰিচন্নতাত বিশেষ গুৰুত্ব দিয়া বুলিও দেৱালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইয়াৰ উপৰিও কৰ্তৃপক্ষই ভক্তসকলৰ লগতে মেলাত ব্যৱসায়ৰ বাবে যোৱা সকলো ব্যৱসায়ীকে প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনাইছে। লগতে মন্দিৰলৈ যোৱা পথত বিভিন্ন স্থানত থাকিবলগীয়া জোতা-চেণ্ডেল ৰখাৰ নিৰ্দিষ্ট স্থানতহে জোতা-চেণ্ডেল ৰাখিবলৈ ভক্তসকললৈ কৰ্তৃপক্ষই আহ্বান জনাইছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd