DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেওবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব শক্তিপীঠ কামাখ্যাৰ দুৱাৰ, কেনে নিয়ম মানিব লাগিব ভক্তই?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2020 8:13 pm
a 10-4-750x375
833
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ বাবে বন্ধ কৰি দিয়া শক্তিপীঠ কামাখ্যাৰ দুৱাৰ  দৰ্শনাৰ্থীৰ বাবে কাইলৈ অৰ্থাৎ দেওবাৰে মুকলি কৰি দিয়া হ’ব।

কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে আজি এই কথা প্ৰকাশ কৰিছে।

দেওবাৰে দেৱালয়ৰ পৰিক্ৰমা কাৰ্যসূচীত ভক্তসকলে অংশগ্ৰহণ কৰিব পাৰিব।

অৱশ্যে কামাখ্যাৰ মূল যোনী পীঠ দৰ্শন ভক্তৰ বাবে বন্ধ থাকিব।

ভক্তৰ বাবে প্ৰশাসনে কেতবোৰ বিশেষ নিয়ম বান্ধি দিছে। কি সেই নিয়ম চাওঁ আহক—

  • দেৱালয়ৰ প্ৰৱেশদ্বাৰ পুৱা ৮ বজাৰ পৰা সূৰ্যাস্ত পৰ্যন্ত খোলা থাকিব।অৱশ্যে নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত সময়ৰ পৰিৱৰ্তন হ’ব পাৰে।
  • মন্দিৰৰ তলত থকা  নাৰ্ছাৰীত স্থাপন কৰা পৰীক্ষা কেন্দ্ৰ ভক্তসকলে কোভিডৰ পৰীক্ষা কৰোৱাব লাগিব।তিনি দিনৰ ভিতৰত পৰীক্ষা কৰোৱাসকলে পৰীক্ষাৰ ফলাফল নিৰ্দিষ্ট স্থানত দেখুৱাব লাগিব।
  • মন্দিৰৰ কাষ পোৱাৰ পিছত সকলো ভক্তই কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট সংশ্লিষ্ট ব্যক্তিক দেখুৱাব লাগিব।
  • ইয়াৰ পিছত ভক্তসকলে চিন্নমস্তা,কামেশ্বৰ মন্দিৰৰ সমীপত থকা কাৰ্যালয়ৰ পৰা প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব লাগিব।
  • ভক্তসকলে থাৰ্মেল স্কেনিং কৰোৱাৰ লগতে মূল প্ৰৱেশ পথত থকা ছেনিটাইজেছন চেম্বাৰৰ মাজেৰে যাব লাগিব।
  • প্ৰত্যেক ভক্তক সৰ্বাধিক ১৫ মিনিট সময় দৰ্শনৰ বাবে দিয়া হ’ব।
  • মাস্ক পৰিধান নকৰা ভক্তক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।
  • সকলো ভক্তই সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।

Recent News

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd