• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Kamatapur autonomous council ৩০ জুনত মুকলি কৰা হ’ব কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
June 23, 2022 10:35 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহৎ আয়োজনেৰে নহয় ,বৰং অনুষ্টুপীয়া কাৰ্যসূচীৰেহে ৩০ জুনত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত মুকলি কৰা হ’ব কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সচিবালয় ৷

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত কেএচিৰ উপাধ্যক্ষ সুকেন ৰায়ে এই কথা প্ৰকাশ কৰে ৷ উপাধ্যক্ষগৰাকীয়ে সংবাদমেলত জানিব দিয়া মতে পূৰ্বে অহা ৩০ জুনৰ এই সচিবালয় মুকলি অনুষ্ঠানটো বৃহৎ আয়োজনেৰে অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ গ্ৰহণ কৰা হৈছিল ৷ কিন্তু ৰাজ্যখনত দেখা দিয়া ভয়াৱহ বান পৰিস্থিতিৰ বাবে পূৰ্বৰ এই সিদ্ধান্ত বাতিল কৰি অনুষ্টুপীয়াকৈ এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷

Apply Now

পূৰ্বৰ কাৰ্যসূচী মতে কেএচিৰ সচিবালয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰণজিৎ কুমাৰ দাস, পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আদিক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু উদ্বোধনী অনুষ্ঠানত কমেও লক্ষাধিক লোকৰ সমাগম কৰাৰ উদ্যোগ লোৱা হৈছিল ৷ কিন্তু বৰ্তমানৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত বাতিল কৰা হৈছে ৷ ফলত সচিবালয় মুকলি অনুষ্ঠান উপলক্ষে কোনো সভা অনুষ্ঠিত কৰা নহয় ৷

কেৱল মাংগলিক নীতি নিয়মৰ মাজেৰে কিছু সংখ্যক লোকৰ উপস্থিতিত অনুষ্টুপীয়া কাৰ্যসূচীৰে কেএচিৰ সচিবালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব ৷ এই অনুষ্ঠানলৈ ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীক আমন্ত্ৰণ জনোৱাৰ বাবে যোগাযোগ চলি আছে যদিও বৰ্তমানলৈকে তেওঁলোকৰ নিশ্চয়তা পোৱা নাই বুলিও জানিবলৈ দিছে উপাধ্যক্ষগৰাকীয়ে ৷ উল্লেখ্য যে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ গঠন হোৱাৰ পাছত পৰিষদৰ কাম – কাজ চলোৱাৰ বাবে কাৰ্যালয়ৰ প্ৰয়োজন হৈ পৰিছে ৷

কিন্তু কাৰ্যালয়ৰ বাবে কোনো সুবিধাযুক্ত গৃহ নোপোৱাত অৱশেষত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাস্থিত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনৰ প্ৰশান্তি ল’জক অস্থায়ী কাৰ্যালয় হিচাপে ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিষদে ৷ সেই অনুসৰি ইয়াকে ৩০ জুনত মুকলি কৰা হ’ব কেএচিৰ অস্থায়ী সচিবালয় হিচাপে ৷ সংবাদমেলত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ অতুল চন্দ্ৰ ৰায় , পূৰৱী সৰকাৰ আৰু গোলাপ পাঠকৰ লগতে সাধাৰণ পাৰিষদ ত্ৰৈলোক্য ৰায় উপস্থিত আছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd