• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কামৰূপ জিলা উপায়ুক্তৰ সংবাদমেল

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
November 8, 2018 10:17 pm
IMG-20181108-WA0068

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ আন আন জিলাৰ লগতে কামৰূপ জিলাতো অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হব লগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ লগতে ৭ নৱেম্বৰৰ পৰা মনোনয়ন পত্ৰ প্ৰদান কৰা হৈছে বুলি আজি কামৰূপ জিলা উপায়ুক্ত তথা কামৰূপ নিৰ্বাচন বিষয়া কমল কুমাৰ বৈশ্যই এক সংবাদ মেলত সদৰী কৰে।

কামৰূপ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে জনোৱা অনুসৰি  এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত জিলাখনৰ জালুকবাৰী, হাজো, বকো, ছয়গাঁও, পলাশবাৰী সমষ্টিৰ ১৩খন জিলা পৰিষদ, ৯৯খন আঞ্চলিক পঞ্চায়ত আৰু ৯৯০ গৰাকী পঞ্চায়তৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

Apply Now

অতিৰিক্ত উপায়ুক্ত গুনজিৎ ৰায় চৌধুৰীৰ তথ্য অনুসৰি জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা ৮,০৭৭৬৫ জন, ইয়াৰে পুৰুষ ভোটাৰ ৪,১১৬০৩ আৰু মহিলা ভোটাৰৰ সংখ্যা ৩,৯৪৯৪২ গৰাকী। আনহাতে জিলাখনৰ ১১২৫টা কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব বুলি জনায়।

ইয়াৰ উপৰি ৩২৩ টা কেন্দ্ৰ স্পৰ্শকাতৰ ২৬৬টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ ভোট গ্ৰহন কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হব লগা নিৰ্বাচনৰ ১২ ডিচেম্বৰত ভোট গননা কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে কামৰূপ জিলা নিৰ্বাচনী বিষয়াই।

আজিৰ  সংবাদ মেলত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য, অতিৰিক্ত  উপায়ুক্ত মুনিন্দ্ৰ নাথ নাটৈ, গুনজিৎ ৰায় চৌধুৰী, সিদ্ধাৰ্থ গোস্বামী, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া প্ৰনৱ কুমাৰ দত্ত গোস্বামীৰ লগতে জিলাখনৰ  হাজো, বকো, ছয়গাঁও, পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া সকল।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm
শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

August 18, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd