• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগনাৰ কাষত নাই বিজেপিৰ সমৰ্থন! কৃষি বিধেয়কৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ বাধ্য হ’ল ৰাণাৱট

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 25, 2024 7:03 pm
110
VIEWS
Share on FacebookShare on Twitter

কংগনা ৰাণাৱটে সাংসদ হোৱাৰ পূৰ্বেও তেওঁ কেইবাটাও বিষয়ত বিতৰ্কত লিপ্ত হৈছিল। গতিকে আগতেই দলটোৱে কংগনাৰ সৈতে দূৰত্ব বঢ়াইছিল।শেহতীয়াকৈ কৃষি বিধেয়ক ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰিছিল বিজেপিৰ তাৰকা সাংসদ কংগনা ৰাণাৱটে। তেওঁ স্পষ্ট কৰি দিয়ে যে যদিহে বিধেয়কখন ঘূৰাই নিদিয়ে তেন্তে কৃষকসকলে পুনৰ আন্দোলনৰ পথত আগবাঢ়িব লাগিব।

তেওঁৰ মন্তব্যক লৈ দলৰ ভিতৰতে বিতৰ্ক আৰম্ভ হয়। কংগনাৰ এই মন্তব্যক লৈ বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগে বিজেপিৰ মুখপাত্ৰই স্পষ্টকৈ ক’লে, ‘কংগনাই নিজৰ ব্যক্তিগত পক্ষৰ পৰা এই মন্তব্য কৰিছে। কৃষি বিধেয়কখনৰ বিষয়ে এইবোৰ কোৱাৰ তেওঁৰ কোনো অধিকাৰ নাই।’

Do listen to this, I stand with my party regarding Farmers Law. Jai Hind 🇮🇳 pic.twitter.com/wMcc88nlK2

— Kangana Ranaut (@KanganaTeam) September 25, 2024

বিতৰ্ক ইয়াতেই শেষ নহ’ল। অৱশেষত কংগনাই তেওঁৰ মন্তব্যৰ বাবে অনুশোচনা কৰিলে। তেওঁৰ কথাত যদি কোনোবাই আঘাত পাইছিল তেন্তে সেই কথাৰ বাবে তেওঁ ক্ষমা বিচাৰে।

তাৰ পাছত তেওঁ ক’লে, ‘মই এইটোও মনত ৰখা উচিত যে মই কেৱল এজন শিল্পী নহয়, বিজেপিৰ এজন কাৰ্যকৰ্তা৷ গতিকে মই এই কথা মনত ৰাখিব লাগিছিল। কোনো কাৰণতে মই নিজৰ কোনো ব্যক্তিগত মতামত প্ৰকাশ কৰিব নালাগে। দলৰ স্থিতি মোৰ স্থিতি। গতিকে মন্তব্যটো প্ৰত্যাহাৰ কৰিলোঁ।’

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি কংগনাই তাত লিখিছে, ‘মই মোৰ বক্তব্য ঘূৰাই লওঁ। মোৰ কথাই যদি কাৰোবাৰ আৱেগক আঘাত দিছে, তেন্তে তাৰ বাবে মই দুখী।’

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd