• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিম ট্ৰেইনাৰৰ দ্বাৰা নাবালিকাক অচেতন কৰি ধৰ্ষণ! দুবছৰৰ পাছত গ্ৰেপ্তাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 30, 2024 10:13 am
266
VIEWS
Share on FacebookShare on Twitter

কানপুৰত এগৰাকী জিম ট্ৰেইনাৰে নিজৰ জিমত প্ৰশিক্ষণ লোৱা নাবালিকাক চেডেটিভ বেজী দি ধৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। ডেৰ বছৰতকৈও অধিক পূৰ্বে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আদালতৰ হস্তক্ষেপত গ্ৰেপ্তাৰ হয় অভিযুক্তজন।

তেতিয়াৰ একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ২০২১ চনত ফাজলগঞ্জ অঞ্চলৰ জিমলৈ গৈছিল।সেই সময়ত জিমৰ প্ৰশিক্ষক অৰ্জুন সিঙে নিজৰ পৰিচয় দি ছোৱালীজনীৰ মোবাইল নম্বৰ বিচাৰিছিল যদিও ছোৱালীজনীয়ে নাকচ কৰে। পিছত অভিযুক্তই জিম অপাৰেটৰক ২০ হাজাৰ টকা দি মোবাইল নম্বৰ লাভ কৰে, আৰু তেওঁক লগ কৰিবলৈ হেঁচা দিবলৈ আৰম্ভ কৰে।

সিঙে তাইক জিমত এটা নিচাযুক্ত পাউদাৰ দিবলৈ আৰম্ভ কৰিলে, যাৰ বাবে ছোৱালীগৰাকী নিচাৰ প্ৰতি আসক্ত হৈ পৰিল। তাৰ পাছত তেওঁ ভুক্তভোগীক নিজৰ ঘৰলৈ মাতি ঘোঁৰা দৌৰৰ সময়ত ব্যৱহাৰ কৰা চেডেটিভ বেজী দিছিল আৰু তাইৰ জ্ঞান নোহোৱাৰ সময়ত তাইক একাধিকবাৰ ধৰ্ষণ কৰিছিল।

লগতে অভিযুক্তই ভিডিঅ’ বনাই কেইবামাহো পণবন্দী কৰি ৰাখিছিল। তেওঁ ভুক্তভোগীৰ ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল আৰু ইয়াক আত্মহত্যাৰ গোচৰ হিচাপে গঢ়ি তুলিব পৰাকৈ নিজকে হত্যা কৰিবলৈ উচটনি দিছিল।

ভুক্তভোগী মহিলাগৰাকীয়ে নিজৰ এই অধ্যায়ৰ বিষয়ে পিতৃ-মাতৃক অৱগত কৰিবলৈ সক্ষম হয়। যেতিয়া তাইৰ পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰিবলৈ গৈছিল, তেতিয়া আৰক্ষীয়ে অভিযোগ দাখিল কৰিবলৈ অস্বীকাৰ কৰিছিল বুলি অভিযোগ উঠিছে। ইয়াৰ পিছতে পৰিয়ালটোৱে কিশোৰীগৰাকীক উদ্ধাৰ কৰি ২০২৩ চনত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।ইয়াৰ পিছতো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নহ’ল।

ন্যায়ৰ পলম হোৱাত হতাশ হৈ ভুক্তভোগীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপি এই গোচৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। উচ্চ ন্যায়ালয়ে বিষয়টো লক্ষ্য কৰি আৰক্ষী আয়ুক্তক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে অভিযোগনামা দাখিল কৰা হয় আৰু সোমবাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd