• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলিউড ইণ্ডাষ্ট্ৰি কৰণ জোহৰ বা তেওঁৰ দেউতাকে বনোৱা নাই, টিকট ক্ৰয় কৰা দৰ্শকেহে বনাইছে : কংগনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 15, 2020 2:29 pm

2 min read

বলিউড ইণ্ডাষ্ট্ৰি কৰণ জোহৰ বা তেওঁৰ দেউতাকে বনোৱা নাই, টিকট ক্ৰয় কৰা দৰ্শকেহে বনাইছে : কংগনা
567
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে পুনৰ এবাৰ ছবি নিৰ্মাতা তথা পৰিচালক কৰণ জোহৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

অভিনেত্ৰী গৰাকীয়ে কৰণক উদ্দেশ্যি কৈছে যে কৰণ জোহৰ বা তেওঁৰ দেউতাকে বলিউড ইণ্ডাষ্ট্ৰি বনোৱা নাছিল। এই ইণ্ডাষ্ট্ৰিটো সেই সকল লোক আৰু দৰ্শকে বনাইছে যিয়ে টিকট ক্ৰয় কৰিছে।

অভিনেত্ৰী গৰাকীয়ে লগতে কোটি কোটি দেশবাসীয়ে ইণ্ডাষ্ট্ৰিটো বনোৱা বুলিও উল্লেখ কৰে।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা বলিউডৰ একাংশ প্ৰযোজক, পৰিচালক. অভিনেতা-অভিনেত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ থকা কংগনাই আজি এক টুইটযোগে এই মন্তব্য কৰে।

তেওঁ টুইটোত কয়, ‍‘ইণ্ডাষ্ট্ৰি কেৱল কৰণ জোহৰ/তেওঁৰ দেউতাকে বনোৱা নাই, বাবা ছাহেব ফাল্কেৰ পৰা প্ৰতিগৰাকী কলাকাৰ আৰু শ্ৰমিকে বনাইছে, সেইগৰাকী সেনাই যিয়ে সীমা বচাইছে, সেইজন নেতাই যিয়ে সংবিধান ৰক্ষা কৰিছে, সেইজন লোকে যিয়ে টিকট ক্ৰয় কৰিছে, ইণ্ডাষ্ট্ৰি কোটি কোটি ভাৰতবাসীয়ে বনাইছে’।

इंडस्ट्री सिर्फ़ करण जोहर/उसके पापा ने नहीं बनाई,बाबा साहेब फाल्के से लेकर हर कलाकार और मज़दूर ने बनाई है,उस फ़ौजी ने जिसने सीमाओं को बचाया,उस नेता ने जिसने संविधान की रक्षा की है,उस नागरिक ने जिसने टिकट ख़रीदा और दर्शक का किरदार निभाया,इंडस्ट्री करोड़ों भारतवासीयों ने बनाई है। https://t.co/klkJlqcJ6C

— Kangana Ranaut (@KanganaTeam) September 15, 2020

উল্লেখ্য যে সুশান্ত ৰাজপুতৰ মৃত্যুৰ ঘটনাক লৈ কৰা মন্তব্যৰ বাবে শিৱসেনাৰ ৰোষত পৰাও পৰিলক্ষিত হৈছে বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট।

ইয়াৰ পিছৰে পৰা শিৱসেনা আৰু অভিনেত্ৰী কংগনা ৰাণাৱটৰ মাজত তীব্ৰ বাক-বিতণ্ডা চলি আছে।

Recent News

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

a supr

অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে উচ্চতম ন্যায়ালয়ৰ দুই মহিলা ন্যায়াধীশক, কাবুলত উত্তেজনা

index.jpg

লোমহৰ্ষক অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছয় বাছযাত্ৰীৰ; অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd