• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়োক পাৰ্বত্য জনজাতি মৰ্যাদাৰ প্ৰতিবাদত আহ্বান জনোৱা কাৰ্বি আংলং, ডিমা হাছাও বন্ধ শান্তিপূৰ্ণ

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , December 12, 2018 5:44 pm

1 min read

Karbi Anglong, Dima Hasao Bandh
202
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং আৰু ডিমা হাছাওত বাস কৰা বড়োসকলক পার্বত্য জনজাতি  মৰ্য্যদা দিয়া বিধেয়কৰ প্ৰতিবাদত ডিমাছা ষ্টুডেন্টছ ইউনিয়ন, মাৰ স্টুডেন্ট এছোচিয়েশ্যন, কাৰ্বি ষ্টুডেন্টছ ইউনিয়নকে ধৰি মুঠ ৬টা ছাত্ৰ সংগঠনে আজি ১২ ডিচেম্বৰ বুধবাৰে পুৱা ৫-০০ বজাৰ পৰা আহ্বান জনোৱা ২৪ ঘন্টীয়া ডিমা হাচাও জিলা বন্ধ শান্তিপূৰ্ণভাৱে অতিবাহিত হয়।

আজি পুৱা ৫-০০ বজাৰ পৰা আৰম্ভ হৈছে বন্ধ আৰম্ভ হয়। বন্ধৰ সময়চোৱাত জিলা সদৰ হাফলঙকে ধৰি মাইবাঙ, উমৰাঙচু, লাঙটিং, হাৰাঙ্গাজাও, দিয়ুঙব্ৰা প্ৰতিটো প্ৰান্তত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়। কালিলৈ পুৱা ৫-০০ বজাত ২৪ ঘ্টীয়া বন্ধৰ সামৰণি পৰিব।

উল্লেখ্য যে  বড়ো জনগোষ্ঠীক দুই পাহাৰীয়া জিলা ডিমা হাচাও আৰু কাৰ্বি আংলঙত পাৰ্বত্য জনগোষ্ঠীৰ মৰ্য্যদা দিয়াৰ চৰকাৰী আয়োজনৰ বিৰোধিতাত আৰু লগতে সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(ক) ধাৰাৰ অধীনত পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবীৰে এই ছাত্ৰ ছাত্ৰ সংগঠনসমূহে কাৰ্বি আংলং আৰু ডিমা হাছাও বন্ধৰ আহ্বান জনাইছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd