• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কৰ অগ্ৰণী অনুষ্ঠান মাতৃভূমি আৰু স্পটচ ভেলীৰ ফুটবলৰ চুড়ান্ত খেলত বিজয়ী কাৰচং এফ চি মাজুলী

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
November 30, 2020 7:06 pm
Screenshot_2020-11-30-17-51-46_1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টীয়কৰ সমষ্টিৰ বৃহত্তৰ ঔগুৰি অঞ্চলৰ ৰাইজৰ সহযোগ তথা বেচৰকাৰী সংস্থা মাতৃভূমি আৰু স্প’ৰ্ছ ভেলীৰ  উদ‍্যোগত ঔগুৰি উচ্চ মাধ‍্যমিক বিদ্যালয়ৰ খেল পথাৰত যোৱা ১৫ নবেম্বৰৰ পৰা আয়োজন কৰা প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল খন কাৰচং এফ চি
মাজুলী আৰু জেলেঙিটোপ, টীয়ক ফুটবল দলৰ মাজত অনুষ্ঠিত হয়।

উক্ত প্ৰতিযোগিতাৰ আৰম্ভণিতে টীয়কৰ বিভিন্ন সামাজিক কামকাজৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি খেলুৱৈসকলক উৎসাহিত কৰে আৰু খেল উপভোগ কৰে।

Apply Now

এই চুড়ান্ত খেলখনত উন্নত খেল প্ৰদৰ্শন কৰা দুয়োটা দলে নিৰ্ধাৰিত সময়ত কোনো গল কৰিবলৈ সক্ষম নোহোৱাত পাছত টাইব্ৰেকাৰ কৰিবলৈ খেলৰ পৰিচালকে সিদ্ধান্ত লয়।

অতি ৰোমাঞ্চকৰ মাজত কাৰচং এফ চি, মাজুলী দলটোৱে টাইবেকাৰত ১ গলৰ ব্যৱধান বিজয়ী হয়।

উল্লেখযোগ্য যে ঔগুৰিৰ দৰে এক ভিতৰুৱা অঞ্চলত এনেকুৱা এখন সুন্দৰ খেল অনুস্থিত কৰাৰ বাবে উপস্থিত অতিথিসকলে উদ্যোক্তাসকলৰ শলাগ লয়।

উক্ত খেলপথাৰখন কিছু মেৰামতিৰ লগতে এখন পুৰ্ণাংগ খেলপথাৰলৈ ৰূপান্তৰ কৰি গ্ৰাম্যাঞ্চলত ক্ৰীড়াৰ পৰিবেশ গঢ়ি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে।

নীৰ্মলেন্দু পাঠক

নীৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd