• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫ লাখ টকাৰ উৎকোচ লৈ লোকায়ুক্তৰ জালত বিজেপি বিধায়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2026 6:59 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ ৰাজনীতিত এক চাঞ্চল্য্যকৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনৰ শিৰাহট্টী বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক চন্দ্ৰু লামানীক ৫ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত কৰ্ণাটক লোকায়ুক্তই ৰঙা হাতেৰে কৰায়ত্ত কৰিছে। অভিযোগ অনুসৰি, বিধায়কগৰাকীয়ে মুঠ ১১ লাখ টকা দাবী কৰিছিল আৰু তাৰে প্ৰথম কিস্তি হিচাপে ৫ লাখ টকা লৈ থকা অৱস্থাত তেওঁক ধৰা পেলোৱা হয়। এই অভিযানৰ পাছতে লোকায়ুক্তৰ বিষয়াসকলে বিধায়কগৰাকীক সোধা-পোছাৰ বাবে আটক কৰে আৰু পৰৱৰ্তী সময়ত তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়। কেৱল বিধায়কেই নহয়, এই দুৰ্নীতিৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ দুই ব্যক্তিগত সহায়ক মঞ্জুনাথ বাল্মিকী আৰু গুৰুনায়ককো আৰক্ষীয়ে জিম্মাত লৈছে।

এই সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিল গদাগ জিলাৰ জলসিঞ্চন বিভাগৰ এটা সৰু প্ৰকল্পক কেন্দ্ৰ কৰি। জানিব পৰা মতে, এটা পথৰ দুয়োকাষে ৰিটেইনিং ৱাল নিৰ্মাণৰ কাম চলি আছিল আৰু এই প্ৰকল্পটোৰ যাৱতীয় অনুমোদন দিয়াৰ বিনিময়তে বিধায়কজনে ধন বিচাৰিছিল। গদাগৰ এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ বিজয় পূজাৰে এই সন্দৰ্ভত লোকায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছিল। ঠিকাদাৰজনৰ অভিযোগ আছিল যে প্ৰকল্পটোৰ ক্লিয়াৰেন্স লাভ কৰিবলৈ তেওঁক ১১ লাখ টকা দিবলৈ বাধ্য কৰা হৈছিল। অভিযোগৰ সত্যতা নিশ্চিত হোৱাৰ পিছত লোকায়ুক্ত আৰক্ষীয়ে শনিবাৰে এক সুপৰিকল্পিত ফান্দ পাতে আৰু বিধায়কজনক হাতে-লোটে ধৰিবলৈ সক্ষম হয়।

Apply Now

জ্যেষ্ঠ বিষয়াসকলৰ পোনপটীয়া তত্বাৱধানত চলোৱা এই অভিযানত বহুতো গুৰুত্বপূৰ্ণ প্ৰমাণ জব্দ কৰা হৈছে। লোকায়ুক্তৰ মতে, সমগ্ৰ প্ৰক্ৰিয়াটো আইনী নীতি-নিয়মৰ মাজেৰে সম্পন্ন কৰা হৈছে যাতে অপৰাধীয়ে কোনোমতে সাৰি যাব নোৱাৰে। গ্ৰেপ্তাৰ হোৱা বিধায়ক আৰু তেওঁৰ দুই সহায়কক বৰ্তমান কঠোৰ সোধা-পোছা কৰি থকা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাই কৰ্ণাটকৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। লোকায়ুক্তই স্পষ্ট কৰি দিছে যে ৰাজহুৱা পদত থকা ব্যক্তিৰ স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰিবলৈ তেওঁলোকে তদন্ত অব্যাহত ৰাখিব আৰু এই গোটেই চক্ৰটোৰ সৈতে জড়িত আন লোকসকলৰ ভূমিকাও অতি সোনকালে পোহৰলৈ আনিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd