• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউনিফৰ্মৰ নিৰ্দেশনা ধৰ্মনিৰপেক্ষ; উচ্চতম ন্যায়ালয়ত হিজাব নিষিদ্ধ সম্পৰ্কত যুক্তি কৰ্ণাটক চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2022 8:31 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Hijab ban order religion neutral মুছলমান দেশসমূহতো হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে। এইটোৱে প্ৰমাণ কৰে যে ইছলামত হিজাব বাধ্যতামূলক নহয়। কৰ্ণাটক চৰকাৰে হিজাবৰ ওপৰত নিষেধাজ্ঞা বিচাৰি উচ্চতম ন্যায়ালয়ত যুক্তি আগবঢ়াইছে।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মঙলবাৰে শীৰ্ষ আদালতত কৰ্ণাটক চৰকাৰৰ হৈ উপস্থিত হয়। তেওঁ কয়, “পৃথিৱীত এনে বহুতো দেশ আছে যিবোৰ সাংবিধানিকভাৱে ইছলামিক দেশ। তাতো হিজাবৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছে।”

লগতে পঢ়ক: India vs Australia: টী-২০ বিশ্বকাপৰ পূৰ্বে বলিং ব্যৰ্থতা; ২০৮ ৰাণ কৰিও অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত টীম ইণ্ডিয়া

Apply Now

উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশৰ দ্বাৰা গঢ়িত বিচাৰপীঠে তুষাৰ মেহতাক সুধিছিল যে তেওঁ কোনখন দেশৰ কথা কৈছে। ইয়াৰ প্ৰত্যুত্তৰত কৰ্ণাটক চৰকাৰে কয়, “ইৰাণত প্ৰতিবাদ হৈছে। গতিকে হিজাব অত্যাৱশ্যকীয় নহয়। কোৰাণত উল্লেখ থকা মানেই সেইটো অত্যাৱশ্যকীয় হ’ব নোৱাৰে। হ’ব পাৰে ই অনুমোদিত বা আদৰ্শ আচৰণত পৰে।‘’

মেহতাই কয় যে কৰ্ণাটক চৰকাৰৰ শিক্ষা খণ্ডত ধৰ্মীয় পোছাক নিষিদ্ধ কৰাৰ নিৰ্দেশ কোনো ধৰ্ম বা লিংগৰ বাবে নিৰ্দিষ্ট নহয়। এইটো কোৱা হৈছে যে কোনো ধৰ্মীয় পোছাক পিন্ধিব নোৱাৰি। কেৱল হিজাবেই নহয় গেৰুৱা শ্বলো শিক্ষানুষ্ঠানসমূহত নিষিদ্ধ কৰা হৈছে।

মোকৰ্দমাকাৰীসকলৰ হৈ উপস্থিত থকা দুষ্মন্ত ডাভেই কৰ্ণাটক চৰকাৰৰ যুক্তিৰ বিৰুদ্ধে প্ৰশ্ন কৰে। তেওঁ কয়, “এইটো কোনোমতেই সাৰ্বজনীন কথা নহয়। এইটো সংখ্যালঘুসকলক একাষৰীয়া কৰাৰ এটা ইচ্ছাকৃত প্ৰয়াস।‘’

লগতে পঢ়ক: সৰ্বত্ৰ ধিক্কাৰ! দেশৰ বাবে যিসকলে পদক আনি সন্মান বঢ়াব, তেওঁলোককে শৌচালয়ত খাবলৈ দিছে যোগী চৰকাৰে

উল্লেখ্য যে যোৱা ৫ ফেব্ৰুৱাৰীত কৰ্ণাটক চৰকাৰে শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। তেতিয়াৰ পৰাই হিজাব বিষয়টোক লৈ ৰাজ্যখনত প্ৰতিবাদ চলি আছে। বিশেষকৈ উদুপী জিলাত প্ৰতিবাদৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সংঘাতৰ ৰূপ লৈছিল। প্ৰতিবাদৰ বাবে কৰ্ণাটক চৰকাৰে কেইবাদিনো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ৰাখিব লগা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd