• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২লাখ ভোটৰ ব্যৱধানত জয়ী তিহাৰত বন্দী কাশ্মীৰৰ সাংসদক শপত গ্ৰহণৰ অনুমতি NIAৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2024 2:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাম শ্বেখ আব্দুল ৰছিদ।আব্দুল ৰছিদ অভিযন্তা ৰছিদ নামেৰে বেছি পৰিচিত। এইবাৰ লোকসভা নিৰ্বাচনত কাশ্মীৰৰ বাৰামুল্লা আসনৰ পৰা ৰছিদে জয়লাভ কৰে। তেওঁ আছিল এজন নিৰ্দলীয় প্ৰাৰ্থী। জম্মু-কাশ্মীৰৰ সৰ্ববৃহৎ দল নেশ্যনেল কনফাৰেন্সৰ উপ-সভাপতি তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক দুই লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৰছিদে।

অৱশ্যে বাৰামুল্লালৈ গৈ প্ৰচাৰ কৰিবলৈ সুযোগ নাপালে ৰছিদে। কাৰণ, উগ্ৰপন্থী সংগঠনক আৰ্থিক সাহায্য প্ৰদানৰ গোচৰত ২০১৭ চনৰ পৰা দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে ৰছিদ।

আদবয়সীয়া ৰছিদ জেলৰ পৰাই বাৰামুল্লা আসনৰ নিৰ্দলীয় প্ৰাৰ্থী হৈ পৰিল। তেওঁৰ অবিশ্বাস্য জয়ত ৰাজনৈতিক মহল স্তম্ভিত হৈ পৰিছিল। নেশ্যনেল কনফাৰেন্সৰ শীৰ্ষ নেতাক পৰাস্ত কৰা ৰছিদৰ এই বিজয়ে বিজেপি আৰু প্ৰশাসনকো চিন্তিত কৰি তুলিছে।

Apply Now

কাৰাগাৰত বন্দী হৈ থকা ৰছিদে সংসদৰ সদস্য হিচাপে শপত ল’ব পৰাকৈ আদালতত গোচৰ তৰিছিল। সোমবাৰৰ ভিতৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঁহাৰিৰ বাবে আদালতে চমন কৰে। সোমবাৰে পুৱা আদালতত সংস্থাটোৱে কয় যে ৰছিদে শপত লোৱাত তেওঁলোকৰ কোনো আপত্তি নাই। কিন্তু তেওঁলোকে কিছু চৰ্ত যোগ কৰিব বিচাৰে। আদালতে চৰ্তসমূহ যুক্তিসংগত বুলি বিবেচনা কৰিলে এনে চূড়ান্ত আদেশ জাৰি কৰিব। কাইলৈ ​​লোকসভাত শপত গ্ৰহণ কৰিব ৰছিদে।

জম্মু-কাশ্মীৰত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰছিদৰ বিজয়ত শাসকীয় বিজেপি আৰু প্ৰশাসনে চিন্তিত হৈ পৰিছে। উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক ছেপ্টেম্বৰৰ ভিতৰত ভোটগ্ৰহণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। ৰছিদৰ বিজয়ে দেখুৱাইছে যে মূলসুঁতিৰ দলসমূহৰ সমান্তৰালভাৱে সক্ৰিয় বিৰোধী, বিশেষকৈ বিচ্ছিন্নতাবাদী শক্তি, যথেষ্ট শক্তিশালী। বাৰামুল্লাক নেশ্যনেল কনফাৰেন্সৰ ভিত্তি বুলি কোৱা হৈছিল। তাত ওমৰ আব্দুল্লাৰ দৰে নেতাক হেৰুৱাই ৰছিদে বহুতকে আচৰিত কৰি তুলিছে। অৱশ্যে আন এটা শক্তিশালী দল মেহবুবা মুফতিৰ পিডিপিয়েও নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে। মূল দল দুটাৰ ভোট বিভাজনৰ ফলত হয়তো লাভৱান হৈছিল ৰছিদ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd