• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আফ্রিকান চোৱাইন ফিভাৰৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

দ্ৰোনৰ সহায়ত গাহৰিৰ গতি বিধি নিৰীক্ষণ উদ্যান কৰ্তৃপক্ষৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 7, 2020 5:37 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আফ্রিকান চোৱাইন ফিভাৰৰ ফলত বহু গাহৰিৰ মৃত্যু হৈছে যদিও এতিয়ালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এই ৰোগৰ পৰা সুৰক্ষিত হৈ আছে।

ৰাষ্ট্ৰীয় উদ্যান তথা ইয়াৰ কাষৰীয় অঞ্চলত এই পৰ্যন্ত গাহৰিৰ মৃত্যু হোৱাৰ তথ্য পোৱা নাই। অঞ্চলটোৰ বনৰীয়া বা পোহনীয়া কোনো গাহৰিয়ে যাতে ইয়াৰ সংস্পৰ্শলৈ নাহে তাৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে উদ্যান কৰ্তৃপক্ষই।

Apply Now

আজি কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নিৰ্দেশত বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই দ্ৰোনৰ জৰিয়তে কাজিৰঙাৰ পূব বনাঞ্চলত বনৰীয়া গাহৰি আৰু পোহনীয়া গাহৰিৰ বিচৰণ নিৰীক্ষণ কৰে।

উল্লেখযোগ্য যে অগৰাতলি বনাঞ্চলৰ গুৰুত্বপূৰ্ণ আৰ্দ্ৰভূমি চহলা বিলৰ গাতে লাগি আছে উদ্যানখনৰ পূব সীমা। এই সীমাত লাগি থকা গাঁওবোৰত বহুতো পোহনীয়া গাহৰি আছে।

বনাঞ্চলিক বিষয়া গৰাকীৰ মতে আফ্ৰিকান চোৱাইন ফিভাৰৰ সম্পৰ্কত তেওঁলোকে কাষৰীয় গাঁওবোৰত সজাগতা সৃষ্টি কৰি পোহনীয়া গাহৰিবোৰ বান্ধি ৰাখিবলৈ গাঁওবাসীক আহ্বান জনাই আহিছে।

এইক্ষেত্ৰত গাওঁবাসীৰ পৰা তেওঁলোকে ইতিবাচক সহাঁৰি পোৱা বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

ইফালে উজনিৰ পৰা ব্ৰহ্মপুত্ৰ আৰু ধনশিৰিত উটি অহা গাহৰিৰ মৃতদেহ যাতে কাজিৰঙালৈ নাহে তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ বিভিন্ন বনশিবিৰৰ বনকৰ্মীসকলক নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ উপৰি কাজিৰঙা বন সংমণ্ডল প্ৰধিকাৰী ৰমেশ কুমাৰ গগৈৰ নিৰ্দেশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰি সমূহৰ ওপৰতো নজৰ ৰাখিছে বনকৰ্মী সকলে।

কাজিৰঙাৰ উত্তৰ দিশে থকা ষষ্ঠ সংযোজন এলেকাৰ বিশ্বনাথ বন সংমণ্ডল এলেকাত ব্ৰহ্মপুত্ৰত উটি অহা ৩১ টা মৃত গাহৰি উদ্ধাৰ কৰি বিধিগত ভাৱে পুতি পেলোৱা হয়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd