• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত মহানগৰীত আপৰ বিক্ষোভ

ইডি, চিবিআইক ব্যৱহাৰ কৰিছে বিজেপিয়ে -  ডা: ভবেন চৌধুৰী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 29, 2024 6:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো আজি আম আদমী পাৰ্টিয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক দিল্লী চৰকাৰৰ আবকাৰী নীতি সন্দৰ্ভত অনিয়ম সংঘটিত কৰাৰ অভিযোগ আৰু অবৈধভাৱে ধনৰ সৰবৰাহ কৰাৰ ভুৱা গোচৰত ইডি আৰু চিবিআইৰ জৰিয়তে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

গুৱাহাটীৰ বশিষ্ঠস্থিত প্ৰদেশ বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনৰ সন্মুখত আপৰ বহুসংখ্যক নেতা তথা স্বেচ্ছাসেৱকে বিক্ষোভ প্ৰদৰ্শন কৰে।

Apply Now

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে কয়- ” কোনো তথ্য প্ৰমাণ অবিহনে এটা ভুৱা গোচৰত আমাৰ দলৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰীক কাৰাবন্দী কৰি ৰাখিছে। বিজেপিয়ে দলৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ইডি আৰু চিবিআইক ব্যৱহাৰ কৰিছে। শাসক দলে ইডি চিবিআইৰ জৰিয়তে বিৰোধী শক্তিৰ কণ্ঠ ৰোধ কৰাৰ অপচেষ্টাত লিপ্ত হৈছে। আমি ইয়াৰ বিৰুদ্ধে আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। “

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা দিয়াৰ মাজতে বহুসংখ্যক আপৰ কৰ্মীয়ে ‘কেজৰিৱালক মুক্তি দিয়ক‘, মোদী চৰকাৰৰ স্বৈৰতন্ত্ৰ নিপাত যাওক‘,’ তানাছাহী নেহী চলেগা‘ আদি শ্লোগান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই কয়, ” বিগত তিনি মাহ ধৰি আমাৰ দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক অন্যায়ভাৱে কাৰাবন্দী কৰি ৰাখিছে। দিল্লীৰ ৰাউছ এভেনিউ আদালতে অবৈধ ভাৱে ধন সৰবৰাহৰ কোনো তথ্য প্ৰমাণ নোপোৱাৰ বাবে কেজৰিৱালৰ জামিনৰ নিৰ্দেশ দিছিল। কিন্তু ইডিয়ে উচ্চ ন্যায়ালয়ৰ কাষ চপাত আদালতে কেজৰিৱালৰ জামিনৰ ক্ষেত্ৰত স্থগিতাদেশ দিয়ে। তাৰ পাছতে সম্পূৰ্ণ ষড়যন্ত্ৰমূলক ভাৱে জে‘লৰ ভিতৰতে চিবিআয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰে। দুৰ্নীতিৰ কোনো প্ৰমাণ নথকা স্বত্বেও এনেদৰে দেশৰ জনপ্ৰিয় নেতা তথা এগৰাকী নিৰপৰাধী ব্যক্তিক বিজেপিৰ নিৰ্দেশত ইডি, চিবিআয়ে নিৰ্যাতন চলাইছে। দেশত বিজেপিৰ মন্ত্ৰীসকলে শ শ টকাৰ কেলেংকাৰী কৰিছে। কিন্তু ষড়যন্ত্ৰৰ বলি হৈছে অৰবিন্দ কেজৰিৱাল। আমি কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো আৰু আশা কৰিছোঁ যে শীঘ্ৰেই প্ৰিয় নেতাগৰাকী জে‘লৰ পৰা মুকলি হৈ আহিব।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd