• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ সংক্ৰমণ ৰোধত অবিশ্বাস্য সফলতাৰ দিশে কেৰালা; ৫০৩ গৰাকী আক্ৰান্তৰ বৰ্তমানলৈ সুস্থ হৈছে ৪৮৪ গৰাকী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 9, 2020 1:49 pm

1 min read

ক’ৰ’নাৰ সংক্ৰমণ ৰোধত অবিশ্বাস্য সফলতাৰ দিশে কেৰালা; ৫০৩ গৰাকী আক্ৰান্তৰ বৰ্তমানলৈ সুস্থ হৈছে ৪৮৪ গৰাকী

উৎস-ফেইচবুক

4.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত অবিশ্বাস্য সফলতাৰ দিশত গতি কৰিছে দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালা।

কেৰালাৰ মুখ্য মন্ত্ৰী পিনাৰায়ি বিজয়নে শুকুৰবাৰে ৰাজ্যখনত বৰ্তমান মাত্ৰ ১৬ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে বুলি প্ৰকাশ কৰে।

শুকুৰবাৰে কেৰালাৰ চিকিৎসালয়ৰ পৰা ১০ গৰাকী ক’ৰ’না আক্ৰান্তক সুস্থ হৈ উঠা বাবে মুকলি কৰি দিয়াৰ পাছত মুখ্য মন্ত্ৰী বিজয়নে উক্ত তথ্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, কেৰালাত মুঠ ৫০৩ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

কেৰালাৰ স্বাস্থ্য বিভাগ, চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত ৫০৩ গৰাকী ক’ৰ’না আক্ৰান্তৰ ভিতৰত  বৰ্তমানলৈ ৪৮৪ গৰাকী ব্যক্তি আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছে।

কেৰালাত মাত্ৰ তিনিগৰাকী ব্যক্তি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

কেৰালাৰ আৰোগ্য লাভৰ হাৰ দেশৰ ভিতৰতে অন্যতম বুলি ক’ব লাগিব।

কেৰালাৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্য গোৱাটো বৰ্তমান ক’ৰ’না আক্ৰান্তৰ সংখ্যা শূন্য হৈছে।

উল্লেকযোগ্য যে, যিটো সময়ত মহাৰাষ্ট্ৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ২০,০০০, দিল্লী, গুজৰাট আদিৰ দৰে ৰাজ্যত ৫০০০ অতিক্ৰম কৰিছে সেই সময়ত কেৰালা চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সকলোৰে বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে।

ভাৰতত আজি ক’ৰ’না  আক্ৰান্তৰ সংখ্যাই ৬০,০০০ স্পৰ্শ কৰিছে।

Recent News

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

coalmining-750x375

মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd