• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ১২ মিনিটতে গৃহীত ৫০ লাখ কোটিৰ বাজেট! ‘অচল’ সংসদক লৈ কেন্দ্ৰক কটাক্ষ খাৰ্গেৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 6, 2023 8:11 pm
কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গে।

কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গে।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰোধীয়ে নহয়, চৰকাৰে সংসদৰ অধিৱেশন অচল কৰি ৰাখিলে। সংযুক্ত বিৰোধী শিবিৰে কেন্দ্ৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অভিযোগ কৰে যে আদানী বিষয়ৰ পৰা দৃষ্টি আকৰ্ষণ আঁতৰাবলৈ সংসদত কোনো ধৰণৰ আলোচনাই  নিবিচাৰে চৰকাৰে।

দৰাচলতে সংসদৰ সমগ্ৰ বাজেট অধিবেশনত তেনে কোনো আলোচনা হোৱা নাছিল। বাজেট দাখিল কৰাৰ লগে লগে অধিৱেশনৰ প্ৰথম পৰ্ব অন্ত পৰে। আৰু দ্বিতীয় পৰ্বত তেনে কোনো আলোচনা হোৱা নাছিল।

লগতে পঢ়ক: ৰিজাৰ্ভ বেংকৰ ঘোষণাত সকাহ! ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গৱৰ্ণৰৰ

Apply Now

আদানী বিষয়ত যৌথ সংসদীয় সমিতি গঠনৰ দাবীত সংসদৰ ভিতৰত আৰু বাহিৰত সংসদৰ সংযুক্ত বিৰোধী শিবিৰৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। আৰু চৰকাৰে ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগে বুলি দাবী কৰি সমগ্ৰ অধিৱেশনটো উত্তাল কৰি ৰাখিলে। ফলত সমগ্ৰ বাজেট অধিবেশন কাৰ্যতঃ কোনো আলোচনা নোহোৱাকৈয়ে শেষ হ’ল।

বাজেটত চৰকাৰে দাখিল কৰা প্ৰস্তাৱ সন্দৰ্ভত কোনো আলোচনা নহ’ল। আনকি, বাজেট প্ৰস্তাৱটো কোনো আলোচনা নকৰাকৈয়ে মোডী চৰকাৰে গৃহীত কৰিলে।

নৰেন্দ্ৰ মোডী চৰকাৰৰ ‘সংসদ বিৰোধী’ স্থিতিৰ প্ৰতিবাদত বৃহস্পতিবাৰে দিল্লীত সামূহিক বিৰোধী শিবিৰৰ ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত হয়। সেই যাত্ৰাৰ শেষত কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত সংবাদমেলত মল্লিকাৰ্জুন খাৰ্গৰ কটাক্ষ “সকলোৱে দেখিছে যে কেনেকৈ মাত্ৰ ১২ মিনিটতে ৫০ লাখ কোটি টকাৰ বাজেট গৃহীত হ’ল। তেওঁলোকে কয় যে বিৰোধীয়ে সংসদ চলাবলৈ দিয়া নাই। তেনেহ’লে ১২ মিনিটত বাজেট কেনেকৈ পাছ হ’ব?”

লগতে পঢ়ক: প্ৰতিশোধ! প্ৰেমিকাৰ বিয়াত বোমা উপহাৰ প্ৰাক্তন প্ৰেমিকৰ; বিস্ফোৰণত দৰাকে ধৰি দুজন নিহত

বাজেট অধিৱেশনত বিৰোধীয়ে একো কোৱাত বাধা দিয়াটোৱেই চৰকাৰৰ উদ্দেশ্য বুলি অভিযোগ উত্থাপন কৰে খাৰ্গে। সেইটোৱেই তেওঁলোকে সুপৰিকল্পিতভাৱে কৰি আছে। কংগ্ৰেছ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে মোডী চৰকাৰে গণতন্ত্ৰৰ কথা কয়, কিন্তু বিশ্বাস নকৰে। এনেকৈ থাকিলে গণতন্ত্ৰৰ মৃত্যু নিশ্চিত। তেতিয়া আমি একনায়কত্ববাদৰ দিশে আগবাঢ়িম।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd