• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাত আৰু অধিক উচ্ছেদ অভিযান চলোৱাৰ দাবী খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2018 11:16 am
২৬ অক্টোবৰত বৰপেটাৰ গণককুছি পথাৰত জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান। ফাইল ফটো

২৬ অক্টোবৰত বৰপেটাৰ গণককুছি পথাৰত জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান। ফাইল ফটো

262
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলা প্ৰশাসনে মুখ্য মন্ত্ৰী সোণোৱালৰ নির্দেশ মর্মে গণককুছি ৰিজাৰ্ভ আৰু মথাউৰিত চলা বেদখল উচ্ছেদ কৰা কাৰ্যক আদৰণি জনাইছে খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ বৰপেটা জিলা সমিতিয়ে।

সংবাদ মাধ্যমলৈ পঠোৱা এক বিজ্ঞপ্তিত সংগঠনটোৰ জিলা সমিতিৰ অধ্যক্ষ অনিল কুমাৰ দাস আৰু সচিবপ্ৰধান সত্যেন্দ্ৰ নাথ দাসে জিলাখনৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন বিল, জলাশয় আৰু চৰকাৰী ভূমিত ব্যাপক হাৰত বেদখল হৈ আহিছে বুলি উল্লেখ কৰে। যাৰ ফলত তেওঁলোকৰ মতে মীন উৎপাদনৰ যথেষ্ট সম্ভাৱনা থকা অঞ্চলটোৰ বৃহৎ বিলসমূহ ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে।

বিজ্ঞপ্তিটোৰ জৰিয়তে তেওঁলোকে জিলাখনৰ বাঘবৰ সমষ্টিৰ গোবিন্দপুৰ ৰিজাৰ্ভ, ধানবান্ধাৰ ধান গৱেষণা কেন্দ্ৰৰ ভূমি, বিভিন্ন সত্ৰ, দেৱালয়, জলাশয়, বনাঞ্চল, চৰকাৰী ভূমি আৰু মথাউৰি আদিত শীঘ্ৰে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰিবলৈ প্ৰশাসনক দাবী জনায়।

তদুপৰি সংগঠনটোৰ মূখ্য আহ্বায়ক গোবিন্দ গায়নেও বৰপেটাৰ বিভিন্ন বনাঞ্চল, জলাশয়, পাহাৰ, গো-ৰিজাৰ্ভ, সত্ৰৰ মাটি, মন্দিৰ-মছজিদ, দেৱালয় আদি বেদখলমুক্ত কৰাৰ বাবে মুখ্য মন্ত্ৰীক বিশেষ উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd