• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পশ্চিম গাৰো পাহাৰৰ পৰা উদ্ধাৰ অসমৰ অপহৃত কিশোৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 22, 2020 8:39 am

1 min read

arrested-1-750x375

প্ৰতিনিধিত্বমূলক ফটো।

425
VIEWS
Share on FacebookShare on Twitter

অপৰাধীৰ এটা দলে অসমৰ পৰা অপহৰণ কৰি নিয়া এগৰাকী কিশোৰীক মেঘালয় আৰক্ষীয়ে পশ্চিম গাৰোপাহাৰ জিলাৰ পৰা উদ্ধাৰ কৰিছে।

অসমৰ উজনবাটৰাৰ ১৬ বছৰীয়া ছোৱালীজনীক অভিযোগ অনুসৰি যোৱা ১৯ ছেপ্টেম্বৰত ছয় জনীয়া এটা দলে অপহৰণ কৰিছিল।

দলটোৰ দুজন মেঘালয়ৰ আৰু বাকী চাৰিজন অসমৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

মেঘালয়ৰ অপৰাধী দুজনক  ফুলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নলবাৰী গাঁওৰ মজিদুৰ ৰহমান আৰু শ্বেৰ আলী বুলি চিনাক্ত কৰা হৈছে।

দলটো জিলাখনৰ ৰাজাবালা আৰক্ষী চকীৰ অন্তৰ্গত ছাকমলত আত্মগোপন কৰাৰ পাছত অসমৰ সুখচৰ আৰক্ষী কৰ্তৃপক্ষই অপহৰণৰ তথ্য আগবঢ়াইছিল।

গাঁওখন হাল্লিদয়গঞ্জ আৰু ৰাজাবালাৰ মাজত অৱস্থিত।

ছাকমলত অপৰাধীকেইজন থকাৰ তথ্য অসম আৰক্ষীয়ে সোমবাৰে পুৱা দিছিল। ইয়াৰ পাছতে ৰাজাবালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই তালাচী অভিযান চলাই ছোৱালীজনীক উদ্ধাৰ কৰে।

ছোৱালীজনীক তেওঁৰ পৰিয়ালক গতাই দিয়া হৈছে।

Recent News

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd