• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৬ মাহে সন্ধান নাই ৰজাৰ! নতুন ৰজা নিৰ্বাচনেৰে শীঘ্ৰে টুক্ৰেশ্বৰী দেৱালয়ত অনুষ্ঠিত হ’ব ৰাজ অভিষেক

নীলমণি শৰ্মা by নীলমণি শৰ্মা
September 20, 2018 12:18 pm
Krishnai tukreshwari temple
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰম নিৰাপত্তাহীনতাত ভূগিছে এখন সুপ্ৰতিষ্ঠিত ৰাজ্যৰ প্ৰজাবৃন্দ। ক্ৰমাৎ চূড়ান্ত বিশৃংখলতাই গা কৰি উঠিছে ৰাজ্যখনৰ অন্দৰমহলত। কাৰণ আজি প্ৰায় ৬ মাহে সন্ধান নাই ৰাজ্যখনৰ ক্ষমতাশালী ৰজাৰ!

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া টুকুৰাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ গাতে লাগি থকা ঐতিহাসিক শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত গঢ়ি উঠা এই ৰাজ্যখন হৈছে এখন বান্দৰৰ ৰাজ্য। আচৰিত যেন লাগিলেও এই ৰাজ্যখন পৰিচালিত হয় নিৰ্বাচিত এজন বান্দৰ ৰজাৰ নেতৃত্বত।

Apply Now

বিশেষকৈ দেৱালয়খনৰ পাহাৰৰ চূড়াত থকা মূল মন্দিৰত পুৰোহিতে আগবঢ়োৱা ভোগ ৰজা-ৰাণীয়ে স্পৰ্শ নকৰা পৰ্যন্ত কোনো এক বান্দৰে ভক্ষণ কৰিবলৈ সাহ নকৰে। তেনে এক পৰিস্থিতিত আজি প্ৰায় ৬ মাহে কপিৰাজ সন্ধানহীন হৈ থকাত বান্দৰ ৰাজ্যত তীব্ৰ খাম-খেয়ালিয়ে দেখা দিছে। পিছে, কোনেও নাজানে ক’লৈ গ’ল ৰজা ধিৰাজ।

দেৱালয় পৰিচালনা সমিতিয়ে সন্দেহ কৰিছে হয়তো মৃত্যু ঘটিছে ক্ষমতাশালী ৰজাৰ, যদি বান্দৰৰ ৰজা মৃত্যু ঘটা নাই তেন্তে শীঘ্ৰেই ওলাই অহাৰ বাবে দেৱালয় পৰিচালনা সমিতিয়ে দেৱীৰ ওচৰত সাষ্টাংগে সেৱা আগবঢ়াইছে। ইফালে নিদিৰ্ষ্ট সময়ৰ ভিতৰত বান্দৰৰ ৰজা দেৱালয়ত দেখা নাপালে শীঘ্ৰে ৰাজ অভিষেকৰ আয়োজন কৰি এজন নতুন ৰজা নিৰ্বাচন কৰা হ’ব বুলি দেৱালয় পৰিচালনা সমিতিৰ এক সূত্ৰই জানিবলৈ দিয়ে।

সূত্ৰটোৱে জনোৱা মতে, এটি যুৱ বান্দৰে সকলোৰে দৃষ্টি কাঢ়িছে। সেয়ে দেৱালয় পৰিচালনা সমিতিয়ে অতিশীঘ্ৰে ৰাজ অভিশেষৰ আয়োজন কৰি এই যুৱ বান্দৰৰ ওপৰতে ৰজাৰ দায়িত্ব ন্যস্ত কৰিব।

প্ৰণিধানযোগ্য যে টুক্ৰেশ্বৰী দেৱালয়ত থকা মজলীয়া আকৃতিৰ বান্দৰবোৰক Assamese Macaque প্ৰজাতিৰ বান্দৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। এই বান্দৰ সমাজ সাধাৰণতে ফলাহাৰী যদিও কেতিয়াবা ইহঁতক ৰক্তলোলুপ অৱস্থাতো দেখিবলৈ পোৱা যায়। বিশেষকৈ দুৰ্গা পূজাত বলি হিচাপে আগবঢ়োৱা ম’হৰ তেজ তৃপ্তিৰে পাণ কৰে এই কপিকুলে।

ফটোৰ উৎস ফেচবুক

সেয়া যি নহওক টুক্ৰেশ্বৰী দেৱালয়ত বসতি কৰা এই কপিকুলৰ মাজত কেতিয়াৰ পৰা ৰজা নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল সেয়া কাৰো বিদিত নহয়। বহুতে ক’ব খোজে এই মন্দিৰত প্ৰতিমা বিহীন দুৰ্গা পূজা আৰম্ভ হোৱা কালৰ পৰাই হয়তো কপিৰাজ নিৰ্বাচনৰ পৰম্পৰা আৰম্ভ হৈছে। উল্লেখযোগ্য যে, তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ ৰাজত্ব কালৰ পৰাই টুক্ৰেশ্বৰী দেৱালয়ত ম’হ বলিৰে দুৰ্গোৎসৱ আয়োজন কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। সম্ভৱতঃ তেতিয়াৰ পৰাই উশৃংখল কপিকুলক সুশৃংখলিত কৰি ৰখাৰ লক্ষ্যৰে কপিৰাজ নিৰ্বাচনৰ ব্যতিক্ৰমী পৰম্পৰা আৰম্ভ কৰে দেৱালয় পৰিচালনা সমিতিয়ে ৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd