• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শুভমন গীলৰ দুৰ্দান্ত বেটিঙৰ সহায়ত হায়দৰাবাদক সহজেই পৰাজিত কৰিলে কলকাতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2020 8:55 am
KKR win vs SRH
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলখনৰ ১৭তম অ’ভাৰত অভিষেক শৰ্মাৰ বলত ছয় কোবাই শুভমন গীলে কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে চলিত আইপিলত প্ৰথমটো বিজয় আজুৰি আনে।

শনিবাৰে ডুবাইত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৰছিদ খান, ভুৱনেশ্বৰ কুমাৰৰ দৰে শক্তিশালী বলিঙৰ বিৰুদ্ধে অপৰাজিত ৭০ ৰাণ কৰি কলকাতা নাইট ৰাইডাৰ্ছক সাত উইকেটত বিজয়ী কৰাত মূখ্য ভূমিকা গ্ৰহণ কৰে গীলে।

Apply Now

টছত জিকি প্ৰথমতে বেটিং কৰাৰ সিদ্ধান্ত লয় হায়দৰাবাদৰ অধিনায়ক ডেভিড ৱাৰ্ণাৰে। কিন্তু কলকাতাৰ ফৰ্মলৈ উভতি অহা বলাৰ কামিন্সে আৰম্ভণিতেই বেয়াৰষ্ট’ৰ উইকেট হস্তগত কৰে।

কামিন্সক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আন দুগৰাকী বলাৰ শিবম মাভি আৰু কমলেশ নাগৰকোটিয়ে।

হায়দৰাবাদে প্ৰথম দহ অভাৰত দুটা উইকেট হেৰুৱাই মাত্ৰ ৬১ৰাণহে কৰিবলৈ সক্ষম হয়। এনে অৱস্থাৰ পৰা হায়দৰাবাদক উদ্ধাৰ কৰে মনীষ পাণ্ডেই।

মনীষ পাণ্ডেই ৩৮টা বলত ৫১ ৰাণৰ এটা আকৰ্ষণীয় ইনিংছ খেলে। মনীষৰ লগতে ঋদ্ধিমান সাহাৰ ৩০ৰাণৰ সহায়ত হায়দৰাবাদে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই ১৪২ৰাণ কৰিবলৈ সক্ষম হয়।

আনহাতে, বেটিং কৰিবলৈ নামি কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমতে নাৰাইনৰ উইকেট হেৰুৱায় যদিও নীতিশ ৰাণা আৰু শুভমন গীলে ইনিংছ চম্ভালি লয়।

নীতিশ ৰাণাই ভাল আৰম্ভণি কৰে যদিও ১৩টা বলত ২৬ৰাণ কৰি আউট হৈ যায়। ইয়াৰ পাছতে শূন্য ৰাণতে আউট হয় অধিনায়ক দীনেশ কাৰ্তিক।

ইয়াৰ পাছত দলৰ ৰাণ গঢ়াৰ দায়িত্ব লৈ মৰ্গান আৰু গীলে ইনিংছ আগবঢ়াই নিয়ে। তাৰ মাজতে নিজৰ অৰ্দ্ধ শতৰাণ সম্পূৰ্ণ কৰে শুভমন গীলে।

অৱশেষত গীল আৰু মৰ্গানৰ যুটীটোৱে ১২টা বল খেলিবলৈ বাকী থাকোতেই কলকাতাক বিজয় আনি দিয়ে।

গীলৰ ৭০ৰাণৰ অপৰাজিত ইনিংছটোত আছিল পাঁচটা চাৰি আৰু দুটা ছয়। আনহাতে, মৰ্গানেও ২৯ বলত ৪২ৰাণৰ এটা আক্ৰমণাত্মক ইনিংছ খেলি অপৰাজিত হৈ ৰয়।

সেইদৰে, হায়দৰাবাদক সাত উইকেটত পৰাজিত কৰি কলকাতাই চলিত আইপিএলৰ প্ৰথমটো বিজয় সাৱ্যস্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd