DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিঅ’ প্লেটফৰ্মত এইবাৰ ১১,৩৬৭ কোটি টকা বিনিয়োগ কৰিব কে কে আৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2020 10:41 am
Jio__1540878026 new
1k
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু জিঅ’ প্লেটফৰ্মে আৰু এক বৃহৎ বিনিয়োগ লাভ কৰিছে।

গ্ল’বেল ইনভেষ্টমেন্ট ফাৰ্ম কে কে আৰে জিঅ’ত ১১,৩৬৭কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

শুকুৰবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ফালৰ পৰা এই কথা ঘোষণা কৰা হৈছে।

কে কে আৰৰ এয়া এছিয়াত আটাইতকৈ বৃহৎ বিনিয়োগ হ’ব।

জিঅ’ প্লেটফৰ্মত কে কে আৰৰ অংশীদাৰিত্ব হ’ব ২.৩২ শতাংশ।

ইয়াৰ পূৰ্বে ফে’চবুক, ছিলভাৰ লেক, ভিষ্টা, জেনেৰেল আটলান্টিকে জিঅ’ প্লেটফৰ্মত বিনিয়োগ কৰিছে।

এই আটাইকেইটা কোম্পানীয়ে জিঅ’ত মুঠতে ৭৮,৫৬২ কোটি টকাৰ বিনিয়োগ কৰিছে।

ৰিলায়েন্স জিঅ’ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে জিঅ’ প্লেটফৰ্ম ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সম্পূৰ্ণ নিজস্ব সহযোগী সংস্থা।

ই হৈছে নেক্সট জেনেৰেশ্যন টেকন’লজি প্লেটফৰ্ম যিয়ে ভাৰতত কম মূল্যত উচ্চ গুণসম্পন্ন ডিজিটেল সেৱা প্ৰদান কৰাৰ লক্ষ্য লৈছে। ইয়াৰ ৩৮.৮কোটি গ্ৰাহক আছে।

কে কে আৰ এক আন্তৰ্জাতিক কোম্পানী আৰু প্ৰযুক্ত খণ্ডত ই প্ৰচুৰ বিনিয়োগ কৰিছে। ২০০৬চনৰ পৰাই কোম্পানীটোৱে ভাৰতত বিভিন্ন খণ্ডত ইয়াৰ বিনিয়োগ কৰি আহিছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানিয়ে কয় যে বিশ্বৰ আটাইতকৈ সন্মানিত বিত্তীয় বিনিয়োগকাৰীৰ ভিতৰত অন্যতম কে কে আৰৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্বক তেওঁ আদৰণি জনাইছে।

তেওঁ কয়, ‘’কে কে আৰে ভাৰতীয় ডিজিটেল চিষ্টেমৰ পৰিৱৰ্তনত আমাৰ যাত্ৰাৰ সহযোগী হ’ব।‘’

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd