DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত কোৱাৰেন্টাইনক লৈ ব্যাপক দুৰ্নীতিৰ অভিযোগ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ 

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 1, 2020 4:52 pm
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

1.7k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত কোৱাৰেন্টাইনক লৈ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে বৰপেটা জিলাৰ কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত আজি এই অভিযোগ উত্থাপন কৰে।

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্লোগান দিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ক’ৰ’না মহামাৰীৰ লগত যুঁজিবলৈ সৃষ্টি কৰা কোৱাৰেন্টাইন কেন্দ্ৰ আৰু হোম কোৱাৰেন্টাইনৰ নামতো ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বুলি আশ্ৰাফুলে অভিযোগ তোলে।

চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোক সকলৰ থকা-মেলা আৰু খোৱা-বোৱাৰ সু-ব্যৱস্থা কৰিব লাগে।

‘‘চৰকাৰৰ নিৰ্দেশনা অনুযায়ী খোৱা বাবদ প্ৰতিদিনে প্ৰতিজন ব্যক্তিৰ নামত ৫০০ টকাকৈ খৰচ কৰা হ’ব কিন্তু তাৰ পিছতো ৰাজ্যৰ বহু কোৱাৰেন্টাইন কেন্দ্ৰত লোকসকলক ভালকৈ থকা-মেলা আৰু খোৱা-বোৱাৰ সুবিধা প্ৰদান কৰা হোৱা নায়,’’ আশ্ৰাফুলে কয়।

একেদৰে, হোম কোৱাৰেন্টাইনত থকা ৪ জনীয়া পৰিয়াল এটাৰ বাবেও এক সপ্তাহৰ বাবে ১৫ কেজি চাউল,  ২ কেজি দাইল,  ২ লিটাৰ মিঠাতেল,  ৫ কেজি আলু,  ২ কেজি পিঁয়াজ, ১ কেজি নিমখ, শাক-পাচলি, গাখীৰ, কণী আৰু অন্যান্য অপৰিহাৰ্য বয়-বস্তুৰ বাবে ২০০০ টকাকৈ প্ৰদান কৰাৰ নিৰ্দেশনা দিয়া হৈছিল বুলি আশ্ৰাফুলে উল্লেখ কৰি হোম কোৱাৰেন্টাইনত থকা কোনো পৰিয়ালৰ লোকেই এতিয়ালৈ এই সুবিধা লাভ কৰা নাই বুলি মন্তব্য কৰে।

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্লোগান দিয়া সোণোৱাল চৰকাৰৰ দিনত ক’ৰ’না মহামাৰীৰ নামতো যে ব্যাপক অনিয়ম সংঘটিত হৈছে সেয়া চৰম লজ্জাৰ বিষয় বুলি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে কয়।

Recent News

CJI Ramana: ‘ন্যায়পালিকা কেৱল সংবিধানৰ প্ৰতিহে দায়বদ্ধ’, ৰাজনৈতিক দলসমূহক সমালোচনা দেশৰ মুখ্য ন্যায়াধীশৰ

CJI Ramana: ‘ন্যায়পালিকা কেৱল সংবিধানৰ প্ৰতিহে দায়বদ্ধ’, ৰাজনৈতিক দলসমূহক সমালোচনা দেশৰ মুখ্য ন্যায়াধীশৰ

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd