DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰীয়ে দামী সম্পত্তি বিক্ৰী কৰি নিচা খোৱা মানুহৰ দৰে আচৰণ কৰিছে : কৃষক মুক্তিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহান

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 20, 2020 9:53 am
ছাহজাহান

ছাহজাহান

3.2k
VIEWS
Share on FacebookShare on Twitter

দিহিং পাটকাই বর্ষাৰণ্য ধ্বংস কৰি কয়লা খননৰ বাবে দিয়া অনুমতিৰ সিদ্ধান্তক কৃষক মুক্তি সংগ্রাম সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা হুছেইন মহম্মদ ছাহজাহানে অভয়াৰণ্য খনত ধ্বংস যজ্ঞ পাতি কয়লা খনন কৰিবলৈ কেন্দ্ৰ চৰকাৰ সাজু হোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

‘‘প্ৰধান মন্ত্ৰীয়ে ঘৰৰ দামী সম্পত্তি বিক্ৰী কৰি নিচা খোৱা মানুহৰ দৰে আচৰণ কৰিছে। দিহিং পাটকাই পুঁজিপতিৰ হাতত বিক্ৰী কৰি কয়লা খননৰ অনুমতি প্ৰদান কৰি চৰকাৰে অসমক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দিছে। মোডী যেতিয়াৰ পৰা ক্ষমতালৈ আহিছে অসমৰ বাবে কোনো এটা কাম ভাল হৈ থকা নাই,’’ হুছেইনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয়।

‘‘মোডীৰ শাসন মান আৰু ব্ৰিটিছতকৈ ভয়ংকৰ অসমৰ বাবে কাৰণ তেওঁ অসমৰ সকলো সম্পত্তি পুঁজিপতি গোষ্ঠীৰ হাতত বিক্ৰী কৰি দিছে। অভয়াৰণ্য এখন বিক্ৰী কৰি দিয়াটো কোনো সুস্থ বিবেকৱান মানুহৰ কাম নহয়’’ ছাহজাহানে লগতে কয়।

ইপিনে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মোডীৰ এজেণ্ট আখ্যা দি ছাহজাহানে সোণোৱালৰ মানুহ হোৱা যোগ্যতা নাই বুলি উল্লেখ কৰাৰ লগতে মুখ্য মন্ত্ৰীয়ে বর্ষাৰণ্যখন বিক্ৰী কৰাৰ সিদ্ধান্তৰ পাছতো ক্ষমতাৰ বাবে মনে-মনে আছে বুলি কটাক্ষ কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতি নেতা গৰাকীয়ে কৃষক নেতা অখিল গগৈক চৰকাৰে জেইলত ৰাখি আৰু ল’কডাউনপ সুযোগ গ্ৰহণ কৰি জনবিৰোধী নীতি গ্ৰহণ কৰি আহিছে বুলি লগতে কয়।

জৈৱ-বৈচিত্ৰৰ পৰিৱৰ্তন কৰি বিপদ হ’ব পৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰো দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীয়ে ৷

চৰকাৰে নিজৰ সিদ্ধান্ত সলনি নকৰিলে ল’কডাউন খোলাৰ পাছত কেন্দ্ৰ-ৰাজ্য কোনো এখন চৰকাৰক শান্তিত থাকিবলৈ দিয়া নহ’ব বুলি হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা গৰাকীয়ে ৷

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd