• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টংলাৰ স্থানীয় সমস্যা সমাধানৰ দাবীত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

ছাজিদ খান by ছাজিদ খান
September 28, 2018 7:20 pm
IMG-20180928-WA0010
2.3k
VIEWS
Share on FacebookShare on Twitter

টংলাৰ বিভিন্ন সমস্যাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে আজি ২৮ ছেপ্টেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ওদালগুৰিৰ টংলাৰ হস্পিটাল ৰ’ডত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰে।

সংগঠনটোৰ পশ্চিম টংলা আৰু পশ্চিম ননৈ আঞ্চলিক গোটৰ পৃষ্ঠপোষকতাত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কৃষক মুক্তিয়ে টংলা-মহলিয়াপাৰা পথ মেৰামতি কৰা, টংলা সমুহীয়া স্বাস্থ্যকেন্দ্ৰৰ (CHC) উন্নতকৰণ,  কুকুৰাকটা পথৰ নলা নিৰ্মাণত সংঘটিত হোৱা অনিয়ম ইত্যাদিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

চুবুৰীয়া অঞ্চলৰ পৰা অহা স্থানীয় নাগৰিক, কৃষক মুক্তিৰ ভালেমান কৰ্মীয়ে এই প্ৰতিবাদী অনুষ্ঠানত অংশ গ্ৰহণ কৰি ৰাজ্যিক কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ উজাৰে।

প্ৰতিবাদীসকলে ৰাজ্যিক গড়কাপ্তানি বিভাগ, ৰাজ্যিক স্বাস্থ্য বিভাগ, বিজেপি চৰকাৰ আৰু হাগ্ৰামা নেতৃত্বাধীন বিপিএফ দলৰ এলেকাটোৰ সমস্যা সমাধান কৰাৰ প্ৰতি অনীহামূলক মনোভাৱৰ অভিযোগ তোলে।

এই প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰিছিল কৃষক মুক্তিৰ ওদালগুৰি আঞ্চলিকৰ সভাপতি দীপক শৰ্মা, ভেৰগাঁও  সংখ্যালঘূ উন্নয়ন পৰিষদৰ সভাপতি মকবুল আলী, ওদালগুৰি ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কেদাৰনাথ গুপ্তা, বিখ্যাৎ চুটিগল্প লিখক জয়ন্ত কুমাৰ চক্ৰবৰ্তীয়ে ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰক এলেকাটোৰ সমস্যাৱলীলৈ মনোযোগ দিবলৈ আহ্বান জনায়।

প্ৰতিবাদীসকলে হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ওদালগুৰি জিলাৰ উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd