• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰ্দি-কাহ হ’লেই গাৰ্গল কৰে? ৫টা কাৰণ জানিলে আপুনি সদায় মানি চলিব এই অভ্যাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2024 8:14 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ সময়ত প্ৰতিকাৰ হিচাপে নিমখ-পানীৰে গাৰ্গল কৰাৰ ওপৰতে আটাইতকৈ বেছি নিৰ্ভৰ কৰিছিল মানুহে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে টিকাকৰণৰ সমান্তৰালকৈ কভিডৰ পৰা হাত সাৰিবলৈ নিমখ পানীৰে গাৰ্গল কৰাটোৱেই আটাইতকৈ ফলপ্ৰসূ উপায়।

এই পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি মানুহ উপকৃতও হৈছে। কিন্তু কোভিডৰ পিছত এই প্ৰতিকাৰৰ কথা কিমানে মনত ৰাখিছে? চৰ্দিৰ পৰা উপশম পোৱাৰ উপৰিও নিমখ-পানীৰে গাৰ্গল কৰাৰ আন বহু উপকাৰ আছে। বসন্ত কালত ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এই প্ৰতিকাৰ অতি ফলপ্ৰসূ। ঠাণ্ডা নালাগিলেও দিনটোত এবাৰ হ’লেও গাৰ্গল কিয় কৰিব লাগে জানি লওক।

Apply Now

১) শৰীৰৰ pH ৰ ভাৰসাম্য সঠিক ৰাখে

কফত থকা ক্ষতিকাৰক বেক্টেৰিয়াৰ বাবে শৰীৰত এচিডৰ মাত্ৰা বৃদ্ধি হ’বলৈ ধৰে, যাৰ ফলত পি এইচৰ ভাৰসাম্যত প্ৰভাৱ পৰে। কিন্তু নিয়মিতভাৱে নিমখ পানীৰে গাৰ্গল কৰিলে এই সকলোবোৰ ৰোধ কৰিব পৰা যায়। এনে কৰিলে এচিডৰ প্ৰভাৱ কমি যায়। ফলত পি এইচৰ ভাৰসাম্য সঠিক হয়, যাৰ বাবে ডিঙিত উপকাৰী বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰে।

২) টনচিলাইটিছৰ প্ৰকোপ কমি যাব

আপুনি কেতিয়াবা টনচিলৰ বিষত ভুগিছেনে? যদি আছে তেন্তে নিয়মিতভাৱে নিমখ পানীৰে গাৰ্গল কৰাৰ অভ্যাস কৰক। বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণৰ ফলত টনচিলত প্ৰদাহ বৃদ্ধি হয়, যাৰ ফলত যন্ত্ৰণা হয়। নিমখ পানীৰে গাৰ্গল কৰিলে বীজাণুবোৰ ধ্বংস হয়। ফলত টনচিলাইটিছৰ প্ৰকোপ কমি যায়।

৩) মুখৰ দুৰ্গন্ধ দূৰ কৰে

মুখৰ দুৰ্গন্ধৰ মূল কাৰণ দুটা। যদি মুখগহ্বৰত বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পায় আৰু শৰীৰৰ পি এইচ ভাৰসাম্য বিঘ্নিত হয়, তেন্তে একে ধৰণৰ সমস্যাই মূৰ দাঙি উঠে। এই দুয়োটা ক্ষেত্ৰতে কুহুমীয়া নিমখ পানীৰে গাৰ্গল কৰিলে দুৰ্গন্ধ দূৰ হয়।

৪) হাওঁফাওঁৰ সংক্ৰমণৰ সম্ভাৱনা কমি যায়

কেৱল ঋতু পৰিবৰ্তনৰ সময়তে নহয়, প্ৰদূষণৰ বাবেও হাওঁফাওঁত সংক্ৰমণ ঘটে। দিনটোত তিনি-চাৰিবাৰ নিমখ পানীৰে গাৰ্গল কৰিলে সংক্ৰমণৰ পৰা মুক্তি পাব পাৰি। বিভিন্ন ধৰণৰ ক্ষতিকাৰক বেক্টেৰিয়াৰ বাবে হাওঁফাওঁৰ ক্ষতিৰ আশংকা আৰু নাথাকিব।

৫)দাঁতৰ সমস্যা দূৰ হয়

নিয়মিতভাৱে নিমখ পানীৰে গাৰ্গল কৰিলে দাঁতৰ ক্ষয় ৰোধ কৰিব পাৰি। নিমখত কেইবাটাও খনিজ পদাৰ্থ থাকে, যিবোৰ দাঁতৰ বাবে উপকাৰী। ইয়াৰ উপৰিও ই দাঁতৰ একেবাৰে ওপৰৰ তৰপটো সুস্থ ৰাখে, যাৰ ফলত এনামেলৰ ক্ষতিও ৰোধ কৰে। দাঁতৰ বিষ হ’লেও এই কৌশল মানি চলিলে সকাহ পোৱা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd