• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিয়মিত ধ্যান কৰিলে যাদুৰ দৰে সলনি হ’ব জীৱন; বহু সমস্যাৰ পৰা পাব পৰিত্ৰাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2024 6:40 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি জানেনে যে প্ৰতিদিনে মাত্ৰ কেইমিনিটমান ধ্যান (meditation)কৰিলেই আপোনাৰ জীৱনটো যাদুকৰীভাৱে সলনি হ’ব পাৰে? নিয়মীয়া ধ্যান কৰিলে বহু উপকাৰ পোৱা যায়। কি কি উপকাৰ হয় জানি লওক।

১) দৈনিক ধ্যান কৰিলে বহু উপকাৰ পাব পাৰি। বিশেষকৈ মনটোক শান্ত কৰিবলৈ বা স্থিৰ কৰিবলৈ নিয়মিত ধ্যান কৰিব লাগে। কামৰ কাৰণেই হওক বা পৰিয়ালৰ কাৰণে হওক, আমি বিভিন্ন কথাত মানসিক চাপত থাকোঁ। মানসিক চাপৰ পৰা উদ্বেগ আৰু অস্থিৰতাৰ সৃষ্টি কৰে। এনে সমস্যা দূৰ কৰাত ধ্যানৰ গুৰুত্ব অপৰিসীম।

২)মানসিক ক্লান্তি দূৰ কৰাত ধ্যানৰ গুৰুত্ব অসীম। ৰাতিপুৱা কিছু সময় ধ্যান কৰিলে গোটেই দিনটো সতেজ অনুভৱ কৰিব।

Apply Now

৩) যদি আপুনি একাগ্ৰতা বৃদ্ধি কৰিব বিচাৰে তেন্তে ধ্যানৰ বিকল্প নাই! আপোনাৰ অস্থিৰ মনৰ বাবে বহু কামৰ পৰা বঞ্চিত হ’ব পাৰে। সেই ক্ষেত্ৰত ধ্যানেই মনটোক শান্ত কৰি ৰখাৰ একমাত্ৰ উপায়। যদি আপুনি দৈনিক ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলে তেন্তে আপুনি দেখিব যে আপুনি মূৰটো ঠাণ্ডা ৰাখি সকলো সমস্যা সমাধান কৰিব পাৰে।

৪) বহুতে সৰু সৰু কথাত চিন্তাত পৰে। উদ্বেগ দূৰ কৰিবলৈ নিয়মিতভাৱে ধ্যান কৰক। ইয়াৰ ফলত উদ্বেগ হ্ৰাস পাব পাৰে।

৫) আৱেগৰ ওপৰত নিয়ন্ত্ৰণ নাথাকিলে বহুতে চৰম সিদ্ধান্ত লোৱাৰ প্ৰৱণতা থাকে। এনে ক্ষেত্ৰত প্ৰতিদিনে কিছু সময় ধ্যান কৰিলে আৱেগক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও লাভ কৰিব।

৬) নিয়মিত ধ্যানৰ অভ্যাসে অনিদ্ৰা সমস্যা নিৰাময় কৰে। আপুনি হয়তো বহুত মানসিক চাপত পৰিছে। ৰাতি শুব নোৱাৰে। এই ক্ষেত্ৰত ধ্যান কৰিলে আমাৰ শৰীৰ শান্ত আৰু শিথিল হৈ পৰে। ইয়াৰ ফলত টোপনি ভাল হয়। শৰীৰৰ ক্লান্তি দূৰ হয় আৰু জিৰণি পোৱা যায়।

প্ৰতিনিধিত্বমূলক ফটো।

ধ্যান কৰাৰ নিয়ম

১)প্ৰথমে আপুনি দীৰ্ঘদিন ধৰি অবিৰতভাৱে ধ্যান কৰিব নোৱাৰে। গতিকে অলপ অলপকৈ অভ্যাস গঢ়ি তোলক। প্ৰথম দিন ১৫ মিনিট। তাৰ পিছত ২০ মিনিট। এনেকৈ সময় বৃদ্ধি কৰক।

২) ধ্যান কৰাৰ সময়ত নিজৰ চৌপাশ নিস্তব্ধ হৈ থাকিব লাগে। অৰ্থাৎ আপুনি ধ্যান কৰা ঠাইখন নিস্তব্ধ হ’ব লাগে।

৩) লঘু সংগীত বা আধ্যাত্মিক গীত বজাব পাৰে।

৪) আন্ধাৰ কোঠাত সুগন্ধি মম জ্বলাই ধ্যান কৰিব পাৰে।

৫) কাপোৰ পৰিষ্কাৰ আৰু পৰিপাটি হ’ব লাগে। পাতল ৰঙৰ কাপোৰ বাছি ল’বলৈ চেষ্টা কৰক।

৬) ধ্যান বা মেডিটেশ্যন কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শও ল’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd