• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰ মচাৰ সময়ত এই বস্তু ব্যৱহাৰ কৰিলে আৰু কেতিয়াও আশে পাশে নাথাকিব পইতাচোৰাৰ উৎপাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2024 11:51 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুতে ঘৰত পইতাচোৰা দেখিলেও বৰ বেছি চিন্তা নকৰে। কিন্তু, এই পইতাচোৰাবোৰে বেক্টেৰিয়া বিয়পায়। বাচন-বৰ্তন, শাক-পাচলি, ফল-মূলৰ ওপৰত ঘূৰি ফুৰে। ইহঁতে ঘূৰি ফুৰাৰ লগে লগে বেক্টেৰিয়া এৰি যায়। ফলত আমি বেমাৰত পৰো। সেয়ে ঘৰত পইতাচোৰা দেখা পালে সেইবোৰ দূৰ কৰাৰ চেষ্টা কৰিব লাগে।

কিন্তু, কেতিয়াবা আমি যিমানেই ঘৰ চাফা নকৰোঁ কিয়, পইতাচোৰাবোৰ সহজে নাযায়। আপুনিও এই পইতাচোৰাৰ সমস্যাত ভুগিছে ​​নেকি? তেনেহ’লে, ঘৰ চাফা কৰাৰ সময়ত মাত্ৰ এটা বস্তু পানীৰ লগত মিহলি কৰিলেই হ’ল। সেইটো কি চাওঁক-

তেজপাতৰ সহায়ত পইতাচোৰা খেদিব পাৰি। কাৰণ তেজপাতৰ গোন্ধটো পইতাচোৰাবোৰে ভাল নাপায়। সেয়ে ঘৰ চাফা কৰাৰ সময়ত পানীত তেজপাত দিব লাগে। পোনপটীয়াকৈ পাত দিয়াতকৈ পাতৰ পেষ্ট বনাই ঘৰ মচি থাকোঁতে পানীৰ লগত মিহলাই লওক। এনে কৰিলে ঘৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাহিৰেও পইতাচোৰাৰ উপদ্ৰৱ নাথাকিব। আলমাৰীৰ পৰা পইতাচোৰা খেদিবলৈ আলমাৰীৰ ওপৰত কেবল তেজপাত ৰাখিব পাৰে।

Apply Now

কেৰেলা ৰন্ধাৰ সময়ত বাহিৰৰ ছালখন পেলাই দিব পাৰে, কিন্তু ইয়াক ব্যৱহাৰ কৰি পইতাচোৰাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰ বাবে কেৰেলাৰ বাকলিৰ পেষ্ট বনাই ঘৰ মচা পানীৰ লগত মিহলাই ঘৰ পৰিষ্কাৰ কৰিব লাগিব। ই কেৱল পইতাচোৰাই নহয় বেক্টেৰিয়াও নিধন কৰে।

কেৱল পানীৰে ঘৰটো মচিলেই ঘৰখন ভালদৰে পৰিষ্কাৰ নহয়। ইয়াৰ বাবে আপুনি পইতাচোৰাৰ বাবে বিষাক্ত কিবা এটা পানীৰ লগত মিহলাই ল’ব লাগিব। যেনে লংৰ গোন্ধ তেওঁলোকে ভাল নাপায়। ইয়াৰ বাবে প্ৰথমে এটা লং ভালদৰে গুড়ি কৰি ল’ব লাগিব। এতিয়া এই গুড়ি এগিলাচ পানীত উতলাই লওক।

তাৰ পিছত, এই পানী ঘৰ মচা বাল্টিটোত ঢালি দিয়ক। লং-ৰ গোন্ধটো বৰ প্ৰচণ্ড। পানীত সিজালে ইয়াৰ গোন্ধ ভালদৰে মিহলি হয়। লঙে পইতাচোৰাৰ পৰা মুক্তি পোৱাত সহায় কৰে। যদি আপোনাৰ পাকঘৰত বা আলমাৰীত পইতাচোৰাৰ থাকে তেন্তে কাগজত লঙৰ গুড়ি দি এটা চুকত থৈ দিব। ই পইতাচোৰা দূৰত ৰাখিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd