• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনেকৈ সহজে ঘৰত নিগনিৰ উপদ্ৰৱৰ পৰা মুক্তি পাব? জানি লওক এই যাদুকৰী ঘৰুৱা কৌশল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2024 8:00 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাৰ আটোমটোকাৰিকৈ ৰখা ঘৰখনত নিগনি থাকিলে কেনেকুৱা লাগে? নিগনিৰ উপদ্ৰৱমুক্ত ঘৰ অতি কম। নিগনিয়ে ঘৰত বীজাণু আৰু মলি বিয়পাই আপোনাৰ মূল্যৱান সামগ্ৰী, চোফা, কাপোৰ, জোতা নষ্ট কৰি পেলায়। বহুতে নিগনি ধৰিবলৈ নিগনিৰ ফান্দ ব্যৱহাৰ কৰে। তথাপি ক্ৰমাৎ বৃদ্ধি পোৱা এন্দুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰিব পৰা নাযায়।

যদি আপুনিও আপোনাৰ ঘৰতো এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আপোনাৰ ঘৰৰ পৰা নিগনিৰ পৰা মুক্তি পাবলৈ কিছুমান ভাল টিপছ দিয়া হৈছে। কেৱল এই টিপছবোৰ মানি চলিলেই আপোনাৰ ঘৰৰ পৰা নিগনি চিৰদিনৰ বাবে নোহোৱা হৈ যাব।

ঘৰৰ পৰা নিগনি দূৰ কৰাৰ কিছু উপায়:

১. জালুকৰ তেল

আপুনি আপোনাৰ শোৱা কোঠাত বা পাকঘৰত নিগনি দূৰ কৰিবলৈ জালুকৰ (গোলমৰিচ) তেল ব্যৱহাৰ কৰিব পাৰে। কাৰণ জালুকৰ প্ৰচণ্ড গোন্ধটো নিগনি-এন্দুৰে ভাল নাপায়। এটা স্প্ৰে বটলত পানী ভৰাই তাত ১০ টোপাল জালুকৰ তেল দি নিগনি থকা ঠাইত ভালদৰে স্প্ৰে কৰিব লাগে। এনে কৰিলে ইয়াৰ গোন্ধত নিগনিয়ে সেই ঠাই এৰি পলাব।

Apply Now

২. ফিটকিৰি

নিগনিয়ে ফিটকিৰিৰ গোন্ধ ভাল নাপায়। গতিকে ফিটকিৰি ভালদৰে গুড়ি কৰি নিগনি থকা ঠাইত ছটিয়াই দিব। ফিটকিৰিৰ গোন্ধ পালেই নিগনি আপোনাৰ ঘৰৰ পৰা পলাব। যদি আপোনাৰ ফিটকিৰি নাই তেন্তে কৰ্পূৰো ব্যৱহাৰ কৰিব পাৰে। কাৰণ নিগনিয়ে কৰ্পূৰৰ গোন্ধ ভাল নাপায়।

৩. শুকান জলকীয়াৰ গুড়ি

সকলোৰে পাকঘৰত এইটো থাকে। নিগনি থকা ঠাইত যদি শুকান জলকীয়াৰ গুড়ি ছটিয়াই দিয়া হয় তেন্তে নিগনিবোৰে ইয়াৰ প্ৰবল গোন্ধৰ বাবে ঘৰৰ পৰা পলাব।

৪. নহৰু

প্ৰতিখন ঘৰতে নহৰু থাকে। ঘৰৰ পৰা নিগনি কৰিবলৈ নহৰু ব্যৱহাৰ কৰিব পাৰি। কাৰণ নিগনিয়ে নহৰুৰ গোন্ধ ভাল নাপায়। নহৰুখিনি ভালদৰে থেতেলিয়াই পানীৰ লগত মিহলাই নিগনি থকা ঠাইত পানী ছটিয়াই দিব। তাৰ গোন্ধ পাই নিগনিবোৰ আপোনাৰ ঘৰৰ পৰা পলাই যাব।

৫. পিঁয়াজ

ৰন্ধা-বঢ়াত পিঁয়াজৰ বহুল ব্যৱহাৰ হয়। ঘৰৰ পৰা নিগনি খেদিবলৈ পিঁয়াজ এক উত্তম অস্ত্ৰ। আচলতে পিঁয়াজৰ গোন্ধে এন্দুৰক বিৰক্ত কৰে। গতিকে পিঁয়াজখিনি টুকুৰা টুকুৰকৈ কাটি নিগনি থকা ঠাইত ৰাখিলে পিয়াঁজৰ গোন্ধত সিঁহতে সেই ঠাই এৰি পলাব।

৬. লং তেল

লঙৰ তেল ব্যৱহাৰ কৰি সহজেই নিগনিক ঘৰৰ পৰা খেদি পঠিয়াব পাৰি। কাপোৰ এখনত লং তেল ছটিয়াই দিব। তাৰ পিছত সেইখন নিগনিবোৰ লুকাই থকা ঠাইত ৰাখক। ইয়াৰ গোন্ধত নিগনিবোৰ আপোনাৰ ঘৰৰ পৰা পলাই পত্ৰং দিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd