• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জানি থওক, দুটা জটিল ৰোগকে ধৰি স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2023 8:37 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰিষাৰ পাচলিসমূহৰ ভিতৰত ভাতকেৰেলা অত্যন্ত উপকাৰী পাচলি। স্বাস্থ্যৰ বাবে পুষ্টি যোগোৱাৰ উপৰি বিভিন্ন ৰোগৰ ক্ষেত্ৰতো ইয়াৰ আছে বিশেষ উপকাৰিতা।

ভাতকেৰেলাত প্ৰচুৰ পৰিমানে এন্টি অক্সিডেন্ট আৰু ভিটামিন ‘এ’ তথা ‘চি’ৰে সমৃদ্ধ। তদুপৰি, ইয়াত আছে শৰীৰৰ বাবে উপকাৰী বহুতো খনিজ পদাৰ্থ।

ইয়াৰ কেইটামান বিশেষ উপকাৰিতা সম্পৰ্কে জানো আহকঃ-

কাহ, সুৰসুৰণি হ্ৰাস কৰেঃ ঋতুকালীন বা বতৰৰ পৰিৱৰ্তনৰ লগে লগে ভাইৰাছ বা বেক্টেৰিয়াৰ আক্ৰমণত শিশুসকলৰ কাহৰ সমস্যা দেখা দিয়ে। শিশুৰ এলাৰ্জী তথা আন কোনো সমস্যা দেখা দিলে ভাতকেৰেলা খুৱালে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়।

Apply Now

দেহৰ ওজন হ্ৰাস কৰেঃ প্ৰতি ১০০ গ্ৰাম ভাতকেৰেলাত মাত্ৰ ১৭ কেলৰি থাকে। সেয়েহে, ওজন হ্ৰাস কৰিবলৈ ভাতকেৰেলা খোৱাটো উপযোগী। ই হজম শক্তিও বৃদ্ধি কৰে। তদুপৰি, কম কেলৰিযুক্ত তথা ফাইবাৰযুক্ত হোৱাৰ বাবে ই দীৰ্ঘসময়লৈকে পেট ভৰাই ৰখাত সহায় কৰে।

 

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰেঃ ভাতকেৰেলাৰ হাইপ’গ্লাইছেমিক গুণ আছে। ই অগ্নাশয়ৰ বিটাচেল সুৰ৭ইত ৰখাৰ লগতে ইয়াৰ পুনৰ গঠনত সহায় কৰে। তদুপৰি, ই ইনছ্যুলিন নি:সৰণ তথা সংবেদনশীলতা বৃদ্ধি কৰাৰ ফলত ডায়েবেটিছনিয়ন্ত্ৰণত সহায়ক হয়।

কেন্সাৰ প্ৰতিৰোধঃ শৰীৰৰ ফ্ৰী ৰেডিকেলৰ সংখ্যা বৃদ্ধি পোৱাটো কেন্সাৰৰ মূখ্য কাৰণ। সতেজ ভাতকেৰেলাত ভিটামিন ‘চি’ বহুত বেছি থাকে যিটো প্ৰাকৃতিক এন্টিঅক্সিডেন্ট। ই শৰীৰত ফ্ৰী ৰেডিকেলৰ সংখ্যা হ্ৰাস কৰে আৰু কেন্সাৰ প্ৰতিৰোদত সহায় কৰে।

হজম শক্তি বৃদ্ধি কৰে: ভাতকেৰেলাত হাইফাইবাৰ তথা প্ৰচুৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে হজমৰ সমস্যাৰ লগতে কোষ্ঠকাঠিন্যতা  দূৰ কৰে।

ছাল সতেজ কৰি ৰাখেঃ ভাতকেৰেলাত প্ৰচুৰ পৰিমানে ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ থকাৰ বাবে ছালৰ যিকোনো ৰোগ নিৰাময় কৰাত বিশেষ ভূমিকা পালন কৰে। ভাতকেৰেলাত প্ৰচুৰ পৰিমানে হাইপ’গ্লাইছেমিক গুণ পোৱা যায়। ইয়াৰ উপৰি, ইয়াৰ এন্টি অক্সাইডে বাহিৰ ৰ’দ, ধোঁৱা, ধূলিকে ধৰি প্ৰদূষণৰ পৰা ছালক সুৰক্ষা দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd