DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসভাত নাই ‘৪২০’ নম্বৰৰ আসন; কাৰণটো কি? জানক আঁৰৰ কাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2021 1:06 pm
loksabha-1638328898
254
VIEWS
Share on FacebookShare on Twitter

ভাৰতত সংখ্যাক লৈ বহু প্ৰচলিত ধাৰণা আছে। সাধাৰণতে ১৩ সংখ্যাটোক আনলাকি বুলি ধৰা হয়। সেয়েহে, এই সংখ্যাটো যিকোনো ক্ষেত্ৰতে জীৱনত এৰাই চলাৰ চেষ্টা কৰা হয়।

কাৰোবাৰ কাৰণে অশুভ সংখ্যাটো আন কাৰোবাৰ বাবে শুভ সংখ্যা হিচাপে বিবেচিত হয়।

এনে শুভাশুভ সংখ্যাৰ প্ৰভাৱ সংসদৰ ভিতৰতো সোমাই পৰিছে। ইয়াৰ ফলতে লোকসভাৰ পৰা আসনসংখ্যা ৪২০ বাদ দিয়া হৈছে। কিন্তু ইয়াৰ আঁৰৰ কাহিনীটোনো কি?        

ভাৰতীয় দণ্ডবিধি মতে প্ৰতাৰাণা, জালিয়াতিৰ ক্ষেত্ৰত ৪২০ ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। সেয়ে এই সংখ্যা সকলোৰে মনত প্ৰতাৰনা তথা জালিয়াতিৰ এক প্ৰতীক হিচাপে পৰিচিত।

Also Read: কিংবদন্তি ফুটবলাৰ মাৰাডোনাৰ ঘড়ীৰ পাছত চোৰ ৱাজিদৰ জিম্মাৰ পৰা পুনৰ উদ্ধাৰ বহু সামগ্ৰী

কোনো ব্যক্তিক ৪২০ বুলি উল্লেখ কৰাৰ অৰ্থ তেওঁ কোনো প্ৰৱঞ্চনা বা জালিয়াতিৰ সৈতে জড়িত হৈ পৰিছে। কেতিয়াবা কাৰোবাক কটাক্ষ কৰিও এনে সংখ্যাৰে অভিহিত কৰা হয়।

সি যি কি নহওক, লোকসভাত ৪২০ নম্বৰৰ আসনখন বাদ দিয়া হৈছে। কিন্তু পূৰ্বে এই আসনখন আছিল। ১৪তম লোকসভাৰ পৰা এই আসনখন বাদ দিয়া হৈছে।

লোকসভাৰ যিগৰাকী সাংসদৰ আসৰ সংখ্যা ৪২০ পৰিছিল তেওঁ লোকসভাৰ অধ্যক্ষক আপত্তি জনায়। তেতিয়াৰে পৰা এই আসন সংখ্যাটো বাদ দিয়া হয়।

Also Read:Kacha Badam Viral Story: ‘কাচা বাদাম’ গান গাই ভাইৰেল ভুৱন; শীৰ্ষত কীৰ্তি, বন্ধ হ’ল বিক্ৰী, এতিয়া পিচে কি?

পঞ্চদশ লোকসভাত আসন আৱন্টনৰ সময়ত অসমৰ এআইইউডিএফৰ সাংসদ বদৰুদ্দিন আজমলক আসনসংখ্যা ৪২০ৰ পৰিৱৰ্তে ৪১৯ নম্বৰ আসন দিয়া হয়।          

Recent News

Siddique Kappan

অৱশেষত কাৰামুক্ত হ’ল ছিদ্দিক কাপ্পান: মুকলি আকাশৰ তললৈ আহিয়ে দিলে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি

মাতৃ হিচাপে মই গৌৰান্বিত : ছোনিয়া গান্ধীয়ে কাক ক’লে এই কথা ?

মাতৃ হিচাপে মই গৌৰান্বিত : ছোনিয়া গান্ধীয়ে কাক ক’লে এই কথা ?

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd