• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হঠাতে ভীষণভাৱে চুলি সৰিবলৈ লৈছে? সমস্যাটো কেনেকৈ সমাধান কৰিব, জানি লওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2024 8:00 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো বয়সৰ লোকৰ বাবে চুলি সৰা এক ডাঙৰ সমস্যা। বিভিন্ন কাৰণত চুলি সৰা হ’ব পাৰে। বহুতে অভিযোগ কৰে যে বিভিন্ন চুলিৰ পেক ব্যৱহাৰ কৰাৰ পিছতো চুলি সৰা কমি নাযায়। বিশেষজ্ঞসকলৰ মতে, অত্যধিক চুলি সৰাৰ আঁৰত কিছু কাৰণ আছে।

থাইৰয়ড

চুলি সৰাৰ লগত জড়িত অন্যতম সাধাৰণ স্বাস্থ্যজনিত সমস্যা হ’ল থাইৰয়ড। বিশেষকৈ হাইপোথাইৰয়ডিজম আৰু হাইপাৰথাইৰয়ডিজম। চুলিৰ বৃদ্ধিকে ধৰি বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণত থাইৰয়ড গ্ৰন্থিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। থাইৰয়ড হৰম’নৰ ভাৰসাম্যহীনতাই চুলিৰ বৃদ্ধিৰ স্বাভাৱিক পৰ্যায়ত ব্যাঘাত জন্মায়। ইয়াৰ ফলত অত্যধিক চুলি সৰা হয়।

পুষ্টিৰ অভাৱ

অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰ অভাৱ হোৱা খাদ্যই চুলিৰ শক্তি আৰু বৃদ্ধিত প্ৰভাৱ পেলাব পাৰে। চুলি সুস্থ কৰি ৰখাৰ বাবে ভিটামিন বি ১২, ভিটামিন ডি, আইৰণ, জিংক আদি গুৰুত্বপূৰ্ণ ভিটামিন আৰু খনিজ পদাৰ্থ অতি প্ৰয়োজনীয়। এই পুষ্টিকৰ উপাদানৰ অভাৱত চুলি পাতল হোৱা, চুলি সৰি পৰা সমস্যাৰ সৃষ্টি হয়।

Apply Now

মানসিক চাপ

মানসিক চাপ চুলি সৰাৰ এটা কাৰণ। যেতিয়া শৰীৰে শাৰীৰিক বা আৱেগিক মানসিক চাপৰ সন্মুখীন হয়, তেতিয়া ইয়াৰ ফলত টেল’জেন এফ্লুভিয়াম নামৰ অৱস্থাৰ সৃষ্টি হ’ব পাৰে।

হৰম’নৰ ভাৰসাম্যহীনতা

হৰম’নৰ উঠা-নমা চুলি সৰাত প্ৰভাৱ পেলোৱা আন এটা গুৰুত্বপূৰ্ণ কাৰক। বিশেষকৈ মহিলাৰ বাবে। পলিচিষ্টিক অভাৰী চিনড্ৰম (PCOS)ৰ দৰে অৱস্থাৰ ফলত পুৰুষ হৰম’ন এণ্ড্ৰজেনৰ অতিৰিক্ত উৎপাদনৰ পিনে আগবাঢ়ে।

এলোপেচিয়া এৰিয়েটা

অটোইম্যুউন ৰোগ যেনে এলোপেচিয়া এৰিয়েটা ৰোগৰ ফলত চুলি নোহোৱা টাক পৰা আৰু ব্যাপকভাৱে চুলি সৰাৰ সমস্যা হ’ব পাৰে।

ৰক্তহীনতা

চুলি সৰাৰ লগত জড়িত আন এটা অৱস্থা হ’ল আইৰণৰ অভাৱত হোৱা ৰক্তকণিকা অভাৱজনিত ৰক্তহীনতা। লোহিত ৰক্তকণিকাৰ সংখ্যা কমি গ’লে মূৰৰ ছালত অক্সিজেনৰ যোগান কমি যায়। ইয়াৰ ফলত চুলি সৰা সমস্যা হয়।

কিছুমান ঔষধ

কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত কিছুমান ঔষধ, কিছুমান প্ৰকাৰৰ বাতবিষ, বিষণ্ণতাৰ ঔষধ, তেজ পাতল কৰা ঔষধ, কিছুমান এন্টিবায়টিক, এন্টিফাংগেল ঔষধেও চুলি সৰাৰ কাৰণ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd