• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৈৰ লগত নিমখ নে চেনি? কোনটো খালে হয় অপকাৰ! বেছিভাগ মানুহেই কৰে ভুল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2024 7:51 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৈ এক স্বাস্থ্যকৰ খাদ্য। দৈত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। দৈনিক দৈ খালে বহু উপকাৰ পোৱা যায়। কাৰণ দৈত প্ৰ’বায়’টিক থাকে, যিয়ে পেটৰ বহু ধৰণৰ সমস্যা নিৰাময় কৰাত সহায় কৰে। দৈয়ে আমাক খাদ্য সহজে হজম কৰাত বহুত সহায় কৰে। অৱশ্যে বহুতে চেনি বা নিমখৰ সৈতে দৈ খায়। এই দুটাৰ ভিতৰত কোনটো আচলতে স্বাস্থ্যৰ বাবে উপকাৰী? বিশেষজ্ঞসকলে কি কয় জানো আহক।

দৈত চেনি মিহলাই খোৱাৰ উপকাৰিতা আৰু অপকাৰিতা

কেতিয়াবা দৈ টেঙা হৈ পৰে। তাৰ পিছত চেনি মিহলাই খালে দৈ মিঠা হয়। মিঠাই ভাল পোৱা সকলে এনেকৈ দৈ খাই ভাল পায়। লগতে দৈত চেনি যোগ কৰিলে শৰীৰে তৎক্ষণাত শক্তি লাভ কৰে। শৰীৰ গৰম হ’লে দৈৰ লগত চেনি মিহলাই খালে শৰীৰ ঠাণ্ডা হয়।

বিশেষজ্ঞসকলৰ মতে, টেঙা দৈত প্ৰ’বায়’টিক থাকে যিবোৰ আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী। চেনি যোগ কৰিলে এই প্ৰ’বায়’টিকবোৰ সক্ৰিয় হয় আৰু ইয়াৰ ফলপ্ৰসূতা বৃদ্ধি পায়।

Apply Now

দৈত চেনি মিহলোৱাৰ অপকাৰিতা:

চেনি যোগ কৰিলে দৈৰ কেলৰি আৰু চেনিৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে। বেছিকৈ চেনি খোৱাৰ ফলত ডায়েবেটিছ, ওজন বৃদ্ধি আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

নিমখৰ সৈতে দৈ খোৱাৰ উপকাৰিতা আৰু অপকাৰিতা

নিমখৰ সৈতে দৈ খোৱাটো উপকাৰী, কিয়নো দৈ ইয়াৰ প্ৰ’বায়’টিক গুণৰ বাবে পৰিচিত, যিয়ে পাচনত সহায় কৰে আৰু আন্ত্ৰিক স্বাস্থ্য বজাই ৰাখে। নিমখ যোগ কৰিলে পাচক এনজাইমৰ উৎপাদন বৃদ্ধি পায়, যাৰ ফলত পাচন প্ৰক্ৰিয়া ক্ষিপ্ৰ হয়। বিশেষকৈ যিসকলৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেওঁলোকৰ বাবে ই অতি উপকাৰী।

দৈ কেলচিয়াম আৰু অন্যান্য গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ উৎসৰ বিপৰীতে নিমখ ছডিয়ামৰ উৎস। দুয়োটাৰ সংমিশ্ৰণে শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। বিশেষকৈ কঠোৰ ব্যায়াম কৰা লোকসকলে ঘামৰ জৰিয়তে ইলেক্ট্ৰলাইট হেৰুৱাই পেলায়। নিমখ মিহলাই দৈ খালে তেওঁলোকৰ বাবে উপকাৰী। কিন্তু বেছিকৈ নিমখ খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে নিমখ সীমিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে।

কোনটো ভাল?

চেনি বা নিমখৰ সৈতে দৈ খোৱাটো আপোনাৰ ব্যক্তিগত স্বাস্থ্য আৰু পছন্দৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি ওজন নিয়ন্ত্ৰণ কৰি হজম শক্তি উন্নত কৰিব বিচাৰে তেন্তে নিমখযুক্ত দৈ ভাল। যদি তৎক্ষণাত শক্তিৰ প্ৰয়োজন হয় আৰু মিঠাই ভাল পায় তেন্তে চেনিৰ লগত মিহলি দৈ খাব পাৰে। কিন্তু চেনি বা নিমখ যি নাখাওক কিয়, পৰিমাণ নিয়ন্ত্ৰণ কৰক। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd