• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

কিছুমান ক্ষেত্ৰত আয় ৪ লাখ টকাতকৈ কম হ’লেও কিছুমান চৰ্ত বা লেনদেন পূৰণ হ’লেই আয়কৰ দিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2026 2:48 pm
97
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আয়কৰ হ’ল কোনো ব্যক্তি বা প্ৰতিষ্ঠানে চৰকাৰক দিয়া বাৰ্ষিক কৰ। কিছুমান চৰ্ত পূৰণ হ’লে বা লেনদেন সম্পূৰ্ণ হ’লে চৰকাৰক এই কৰ দিব লাগে। কাৰণ আইন অনুসৰি আপোনাৰ ব্যৱসায়, চাকৰি বা আন যিকোনো ক্ষেত্ৰৰ পৰা পোৱা আয়ৰ কিছু অংশ প্ৰতি বছৰে চৰকাৰক কৰ হিচাপে দিব লাগে।

চাকৰিৰ পৰা পোৱা দৰমহা, ব্যৱসায় বা পেছাৰ পৰা লাভ, ঘৰৰ ভাড়াৰ পৰা অহা ধন, বেংকত জমা ধনৰ সুত, মাটি বা শ্বেয়াৰ বিক্ৰীৰ পৰা পোৱা লাভ, এই সকলোবোৰ আয়ৰ পৰিসৰত অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

কোনবোৰ ক্ষেত্ৰত কৰ ৰেহাই দিয়া হয়?

চৰকাৰৰ হিচাপ অনুসৰি যিসকলৰ বাৰ্ষিক আয় ৪ লাখ টকাতকৈ কম বা সমান হয় তেওঁলোকে আয়কৰ দিব নালাগে। অৱশ্যে কথাটো সদায় একে নাথাকে। কিছুমান ক্ষেত্ৰত আয় ৪ লাখ টকাতকৈ কম হ’লেও কিছুমান চৰ্ত বা লেনদেন পূৰণ হ’লেই আয়কৰ দিব লাগে। কাৰণ, চৰকাৰে প্ৰতি বছৰে এক নিৰ্দিষ্ট পৰিমাণৰ ধন পৰ্যন্ত আয়কৰ ৰেহাই দিয়ে।

কোনবোৰ ক্ষেত্ৰত আয়কৰ পৰিশোধ কৰাটো বাধ্যতামূলক?

ভাৰতীয় আয়কৰ আইন অনুসৰি আয় কৰ ৰেহাই হ’লেও বেংক একাউণ্টত বাৰ্ষিক লেনদেন ১ কোটিতকৈ অধিক হয় বা চেভিংছ একাউণ্টত ৫০ লাখতকৈ অধিক টকা জমা হ’লেও চৰকাৰক কৰ দিব লাগে। এই ক্ষেত্ৰত আইটিআৰ দাখিল কৰাটো বাধ্যতামূলক।

বিদেশ ভ্ৰমণত আয়কৰ দিব লাগে নেকি?

যদি কোনো ভাৰতীয় নাগৰিকে বিদেশ ভ্ৰমণত ২ লাখতকৈ অধিক টকা খৰচ কৰে, তেন্তে তেওঁ আই টি আৰ দাখিল কৰিব লাগিব। চৰকাৰে লগতে কৈছে যে যদি কোনো ব্যক্তিৰ প্ৰতিষ্ঠান বা ঘৰৰ বিদ্যুতৰ বিল বছৰি ১ লাখ টকাৰ অধিক হয় তেন্তে আই টি আৰ দাখিল কৰাটো বাধ্যতামূলক।

আয় কম হ’লেও আইটিআৰ বাধ্যতামূলক কিয়?

আয় কম হ’লেও কেইবাটাও ক্ষেত্ৰত আইটিআৰ বাধ্যতামূলক। উদাহৰণস্বৰূপে, দৰমহাৰ পৰা কৰ্তন কৰা টিডিএছৰ ৰিটাৰ্ণ পাবলৈ। আপোনাৰ চৰকাৰী নথি-পত্ৰ সংৰক্ষণ কৰিবলৈ। আৰু ব্যৱসায় এটাৰ লাভ-লোকচান বা মূলধনী লোকচানৰ হিচাপ ৰাখিবলৈ আইটিআৰ দাখিল কৰাটোও বাধ্যতামূলক বুলি গণ্য কৰা হয়।

আয়কৰ দাখিল নকৰিলে কি কি অসুবিধাৰ সন্মুখীন হ’ব?

আয়কৰ আইন অনুসৰি যদি কোনো ব্যক্তিয়ে নিজৰ মূলধনৰ পৰা চৰকাৰক নিৰ্দিষ্ট পৰিমাণৰ কৰ নিদিয়ে তেন্তে কেইবাটাও ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি কোনো ব্যক্তিয়ে চৰকাৰক কৰ ফাঁকি দিয়ে, তেন্তে ২৩৪এফ ধাৰা অনুসৰি সৰ্বাধিক ৫,০০০ টকা জৰিমনা বিহা হ’ব পাৰে। যদি মুঠ আয় ৫ লাখ পৰ্যন্ত হয় তেন্তে ১০০০ টকালৈকে জৰিমনা সীমিত হ’ব পাৰে।

ইয়াৰ লগতে টিডিএছৰ ধন পোৱাত সমস্যা হ’ব পাৰে বা ব্যক্তিজনে ভৱিষ্যতে ব্যৱসায় বা মূলধনী লোকচানৰ সালসলনিৰ সুবিধা হেৰুৱাব পাৰে। সেইদৰে. গৃহ ঋণ, ভিছাৰ আবেদন (কিছুমান ক্ষেত্ৰত), শিক্ষাৰ ঋণ লোৱাত সমস্যা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd