• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টাটাৰ পৰা ফক্সৱেগেনলৈকে হঠাতে ডাঙৰ ডাঙৰ ব্ৰেণ্ডবোৰে গ্ৰাহকৰ ওচৰত ক্ষমা খুজিছে, কি ঘটনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2025 10:02 am
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘দুঃখিত, আমি ক্ষমা বিচাৰিছো।’ টাটাৰ পৰা লেকমে, মেনফৰ্চৰ পৰা পিভিআৰলৈকে, ছ’চিয়েল মিডিয়াত স্ক্ৰ’ল কৰিলেই ডাঙৰ ব্ৰেণ্ডৰ অফিচিয়েল ক্ষমাপ্ৰাৰ্থনা পত্ৰ (এপ’লজি লেটাৰ) দেখা পাব। গ্ৰাহকৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰিছে। প্ৰডাক্টটোৰ কোনো সমস্যা হৈছে নেকি? নে সেৱা ব্যাহত হৈছে? দৰাচলতে কি হৈছে?

কিয় এই ট্ৰেণ্ড?

Apply Now

ছ’চিয়েল মিডিয়াৰ মানেই সদায় নতুন কিবা নহয় কিবা এটা ট্ৰেণ্ড। চকুৰ পলকতে ট্ৰেণ্ড ভাইৰেল হৈ পৰে। এইবাৰ এনে ভাইৰেল ট্ৰেণ্ডৰ ক্ষেত্ৰখনত ডাঙৰ ডাঙৰ ব্ৰেণ্ড। হজমোলা, টি-ছিৰিজ, চিয়েটৰ দৰে কেইবাটাও কোম্পানী। এই কৰ্পৰেট কোম্পানীসমূহে গ্ৰাহকৰ ওচৰত ক্ষমা বিচাৰিছে।

অৱশ্যে এই কৰ্পৰেট ষ্টাইলৰ ক্ষমাপ্ৰাৰ্থনা পত্ৰখনৰ আখ্যানত বহুত ৰসবোধ আছে।  সৃষ্টিশীল পোষ্টবোৰৰ শিৰোনামটোত কথাটো গুৰুতৰ যেন লাগিলেও আচলতে সেইটো ধেমালিৰ ছলেৰে কৰা হৈছে।

ক্ষমাপত্ৰত কি আছে?

সেৱা বা সামগ্ৰীৰ বিষয়ে কোনো ভুল বা অভিযোগৰ বাবে কোম্পানীসমূহে গ্ৰাহকৰ ওচৰত ক্ষমা বিচৰা নাই। বৰঞ্চ ডাঙৰ ডাঙৰ ব্ৰেণ্ডসমূহে ‘অতি ভাল’ সেৱা আগবঢ়োৱাৰ বাবেহে ক্ষমা বিচাৰিছে।

কিছুমানে কয়, ‘অতি ভাল সেৱা আগবঢ়োৱাৰ বাবে আমি দুঃখিত।’ আন কিছুমানে কয়, ‘দৃষ্টি আকৰ্ষণকাৰী সেৱা আগবঢ়োৱাৰ বাবে ক্ষমা বিচাৰিছো।’ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ ফিডবোৰ এনে ধেমেলীয়া ‘ক্ষমাপ্ৰাৰ্থনাৰ পত্ৰ’ৰে উপচি পৰিছে।

বিশুদ্ধভাৱে কৰ্পৰেট শৈলীত নিৰ্মিত এপলজি লেটাৰৰ টেমপ্লেটটোৱে যিকোনো ব্যক্তিকেই স্তম্ভিত কৰিব পাৰে। আপুনি হয়তো ভাবিব পাৰে যে এটা প্ৰিয় ব্ৰেণ্ডে গ্ৰাহকৰ ওচৰত বেয়া সেৱাৰ বাবে ক্ষমা বিচাৰিছে। কিন্তু চিঠিখনৰ ভিতৰত এটা টুইষ্ট আছে। ব্ৰেণ্ডসমূহে ভুল স্বীকাৰ কৰিবলৈ নহয়, বৰঞ্চ গ্ৰাহকক অতিৰিক্ত সুখী কৰাৰ বাবে ক্ষমা বিচাৰিছে।

কোনবোৰ ব্ৰেণ্ড এই ট্ৰেণ্ডত আছে?

স্কোডা ইণ্ডিয়া, টি-ছিৰিজ, ফক্সৱেগেন ইণ্ডিয়া, কেভেণ্টাৰছ, লেকমে, লোটাছ, মেনফৰ্চ, ছিট, হজমোলা, জয় ইণ্ডিয়া, ভাদিলাল, ডাবৰ, পিভিআৰ আদি জনপ্ৰিয় ব্ৰেণ্ড। তালিকাখনত আদানী, টাটাও অন্তৰ্ভুক্ত হৈছে। গাড়ীৰ পৰা আৰম্ভ কৰি মিল্কশ্বেকলৈকে, ডি’টুচি ব্ৰেণ্ডৰ পৰা আৰম্ভ কৰি মেকআপ জগতলৈকে সকলোৱে একেটা টেমপ্লেটকে নিজৰ নিজৰ ধৰণে ব্যৱহাৰ কৰি আছে। কেভেণ্টাৰছে কয় যে তেওঁলোকৰ মিল্কশ্বেকে মানুহক বাৰে বাৰে টানি আনে—‘তাৰ বাবে ক্ষমা কৰিব’।

আচল কাৰণ

এই ধৰণৰ প্ৰচাৰক ইমোশ্যনেল ব্ৰেণ্ডিং বোলা হয়। এই ক্ষেত্ৰত লঘু, বুদ্ধিদীপ্ত কনটেন্টৰ জৰিয়তে প্ৰচাৰ কৰা হয়। ইয়াক ছফ্ট মাৰ্কেটিং ষ্ট্ৰেটেজি বুলি কোৱা হয়। ব্ৰেণ্ডসমূহে নিজৰ শক্তিক ধেমেলীয়াভাৱে উপস্থাপন কৰে। অৱশ্যে হাস্যৰসৰ আঁৰত মূল্যবোধৰ প্ৰস্তাৱটো স্পষ্ট। ইয়াৰ লক্ষ্য হৈছে এলগৰিদম-ফ্ৰেইণ্ডলি চুটি কপি, স্পষ্ট ভিজুৱেল, ৱান-লাইনাৰৰ সৈতে এনগেজমেন্ট বৃদ্ধি কৰাই লক্ষ্য।

বিজ্ঞাপনৰ উন্মাদনাৰ মাজতে এই ‘ক্ষমাপ্ৰাৰ্থনা’ বিচৰা পদ্ধতিয়ে প্ৰমাণ কৰে যে উদ্ভাৱন আৰু সৃষ্টিশীলতাই হাস্যৰসৰ ওৰণিৰ আঁৰত কৰ্পৰেট শৈলীত গ্ৰাহকক আকৰ্ষণ কৰাৰ চাবিকাঠি ৰৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm
নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

October 8, 2026 5:41 pm
ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd