• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰঝাৰত মাটিত পুতি থোৱা অৱস্থাৰ পৰা গুলী-বাৰুদসহ পুনৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
February 9, 2021 7:22 am
index.jpga
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিআৰৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ জিলাৰ পৰা আৰক্ষীয়ে পুনৰ উদ্ধাৰ কৰিছে গুলী-বাৰুদসহ বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাত কোকৰাঝাৰ জিলাৰ বেলগুৰিৰ এক প্ৰত্যন্ত অঞ্চলৰ অৰণ্যৰ মাজত মাটিত পুতি থোৱা অৱস্থাৰ পৰা উক্ত মাৰণাস্ত্ৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

Apply Now

গোপন সূত্ৰৰ পম খেদি এপিএছ মুকুত ৰাভাৰ নেতৃত্বত আৰু এপিএছ(প্ৰধান কাৰ্যালয়) পুনমজিৎ নাথ, চেৰ্ফাংগুৰি থানাৰ উপ পৰিদৰ্শক চৌমদন হাজোৱাৰীৰ সহযোগত যোৱা কোকৰাঝাৰ আৰক্ষীৰ এটা দলে অভিযান চলায় চেৰ্ফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰি অঞ্চলৰ অৰণ্যৰ মাজৰ পৰা গুলী-বাৰুদসহ অবৈধ মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰে।

অভিযানকালত আৰক্ষীয়ে ১ টা একে ৫৬ ৰাইফল, ১ টা একে ৫৬ মেগজিন, ১ টা ৭.৬৫ এমএম পিষ্টল, ১ টা ৯.৬৫ এমএম পিষ্টলৰ মেগজিন আৰু ২৯ ৰাউণ্ড একে চিৰিজৰ সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে এটা সপ্তাহৰ অন্তৰত দ্বিতীয়বাৰ কোকৰাঝাৰত আৰক্ষীয়ে অবৈধ গুলী-বাৰুদসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে।

যোৱা মংগলবাৰেও কোকৰাঝাৰ আৰক্ষীয়ে এএছ১৬-এ ৪১৬৫ নম্বৰৰ এখন স্ক’প্ৰিয় বাহনত তালাচী চলায় ৫ টা একে ৫৬, ৮ টা একে ৫৬ৰ মেগজিন, এইচ কে ৩৩ ই এটা, এই কে ই ৩৩ৰ মেগজিন এটা,  ইউবিজিএল এটা, ইউজিবিএল চেল ১১টা, চীনত নিৰ্মিত হেণ্ড গ্ৰেণেড ৮ টা আৰু ৩০০ টাসহ একে চিৰিজৰ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

ৰিণয় বসুমতাৰী

ৰিণয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd