• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰমীলা নাৰ্জাৰীৰ হত্যাকাৰীক

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
September 27, 2020 9:44 am
Arrested-in-murder-case-1024x512

হত্যাকাৰী দেবৰাজ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ আৰক্ষীয়ে প্ৰমীলা নাৰ্জাৰীৰ হত্যাৰ গোচৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা লোকজনক ৰামফলবিল অঞ্চলৰ ২৯বছৰীয়া দেবৰাজ ওৰফে গণেশ নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে।

Apply Now

যোৱা ৯ ছেপ্টেম্বৰত কোকৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিশমুৰি অঞ্তলৰ সমীপত ৰহস্যজনক পৰিস্থিতিত প্ৰমীলা নাৰ্জাৰীক হত্যা কৰা অৱস্থাত পোৱা গৈছিল।

শনিবাৰে কোকৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰী আৰু বিশমুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষ.আ ৰজনী ৰাভাৰ নেতৃত্ব চলোৱা এক অভিযানত দেবৰাজক গ্ৰেপ্তাৰ কৰা হয়।

‘’তদন্তৰ সময়ত এইটো পোহৰলৈ আহে যে হত্যাৰ বলি হোৱা মহিলাগৰাকীয়ে  দেবৰাজৰ সৈতে ২০১৭চনৰ পৰাই সম্পৰ্ক ৰক্ষা কৰি আছিল আৰু তেওঁক বিয়া কৰাবলৈ দেবৰাজক হেচা দিছিল,’-আৰক্ষীয়ে কয়।

‘’এজন বিবাহিত আৰু দুটি সন্তানৰ পিতৃ দেবৰাজে মহিলা গৰাকীক বিয়া পাতিবলৈ অস্বীকাৰ কৰিছিল,’’-আৰক্ষীয়ে কয়। কোকৰাঝাৰৰ ছেৰিকালশ্যাৰ বিভাগৰ এগৰাকী কৰ্মচাৰী প্ৰমিলা নাৰ্জাৰীও বিবাহিত আৰু তেওঁৰো তিনিটা সন্তান আছে।

তেওঁ কেইবছৰমান পূৰ্বে প্ৰথম স্বামীৰ মৃত্যুৰ পাছত আন এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

আৰক্ষীয়ে কয়,’’হত্যাৰ দিনাখন দুয়োজনে বিয়লি দেবৰাজৰ স্কুটীত কোকৰাঝাৰৰ পৰা বঙাইগাঁৱলৈ বিয়া পাতিবলৈ গৈ উভতি আহিছিল।‘’

‘’সন্ধিয়াপৰত বিশমুৰি পোৱাৰ পাছত দেবৰাজে নিজকে এনে পৰিস্থিতিৰ পৰা মুক্ত কৰাৰ বাসনা লৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে থকা এখন আওহতীয়া ঠাইত স্কুটীখন ৰখায় আৰু এখন খুকুৰী উলিয়াই মহিলাগৰাকীৰ ডিঙিটো কাটি মৃতদেহটো তাত পেলায় থয়। হত্যাকাণ্ড সংঘটিত কৰি তেওঁ চিৰাঙৰ ৰুণীখাটা আমবাৰীত থকা তেওঁ ভনীয়েকৰ ঘৰলৈ যায় আৰু তাত আত্মগোপন কৰি থাকে,’’-আৰক্ষীয়ে জানিবলৈ দিয়ে।

শুকুৰবাৰে, আৰক্ষীয়ে তেওঁক আটক কৰা সেই স্থানলৈ তেওঁ আহিছিল।

‘’তেওঁ এই অপৰাধ কৰাৰ কথা স্বীকাৰ কৰিছে,’’-আৰক্ষীয়ে কয়।

তেওঁৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষী থানাত এটা (No. 505/2020 u/s 302 IPC) গোচৰ ৰুজু কৰা হৈছে।

অভিযুক্ত দেবৰাজক অধিক জেৰাৰ বাবে চাৰি দিনৰ আৰক্ষী জিম্মালৈ নিয়া হৈছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd