• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত গুলী-বাৰুদসহ বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ : ৬ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

Rinoy Basumatary ৰিণয় বসুমতাৰী
কোকৰঝাৰ , February 3, 2021 2:31 pm

2 min read

index
178
VIEWS
Share on FacebookShare on Twitter

বিটিচিৰ হৃদপিণ্ড কোকৰঝাৰত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মংগলবাৰে সন্ধিয়া গোপন সূত্ৰৰ পম খেদি জিলাখনৰ গোসাঁইবাৰী থানাৰ অন্তৰ্গত নাছৰাইবাৰী গাঁৱত থানাখনৰ উপ-পৰিদৰ্শক মিথুন টায়েৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে অভিযান চলাই এখন স্ক’প্ৰিয় বাহনৰ পৰা গুলী-বাৰুদসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে নাছৰাইবাৰী গাঁৱত চলন্ত অৱস্থাত থকা এএছ১৬-এ ৪১৬৫ নম্বৰৰ স্ক’প্ৰিয় বাহনখন ৰখাই তালাচী চলায় ৫ টা একে ৫৬, ৮ টা একে ৫৬ৰ মেগজিন, এইচ কে ৩৩ ই এটা, এই কে ই ৩৩ৰ মেগজিন এটা,  ইউবিজিএল এটা, ইউজিবিএল চেল ১১টা, চীনত নিৰ্মিত হেণ্ড গ্ৰেণেড ৮ টা আৰু ৩০০ টাসহ একে চিৰিজৰ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৬ জন লোকক গ্ৰেপ্তাৰ কৰা কৰাৰ লগতে বাহনখনসহ বিপি পুচ, ৫টা মোবাইল ফোন, কম্বল, টুথব্ৰাছ আদিও জব্দ কৰিছে।

গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ক্ৰমে পশ্চিম বিছমুৰী গাঁৱৰ বিজেন বসুমতাৰীৰ পুত্ৰ স্নমাঞ্জয় বসুমতাৰী ওৰফে বুগলা(৩৫), কচুগাঁও থানাৰ অন্তৰ্গত এক নং মহেন্দ্ৰপুৰৰ টবিন নাৰ্জাৰীৰ পুত্ৰ ৰবিনাথ নাৰ্জাৰী ওৰফে গণ্ডা(২৫), জাওলিয়াপাৰাৰ চেৰ্গা বসুমতাৰীৰ পুত্ৰ পুঙ্কা বসুমতাৰী ওৰফে লাংখু, দুই নং পাখ্ৰীগুৰিৰ নগেন্দ্ৰ বসুমতাৰীৰ পুত্ৰ মৌকটাং বসুমতাৰী ওৰফে মামু, দ’তমাৰ গোপালগাঁৱৰ মহেশ্বৰ মুছাহাৰীৰ পুত্ৰ মণিপাল মুছাহাৰী(৩৪) আৰু শোণিতপুৰ জিলাৰ তৰাইবাৰীৰ ধাৰেণ বসুমতাৰীৰ পুত্ৰ চৌমকোৰ বসুমতাৰী(২৬)।

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd